ৰাজ্যত ১৩৭১জন নতুনকৈ কোভিড ১৯ত আক্রান্ত

IMG 20200728 223312

ৰাজ্যত ১৩৭১জন নতুনকৈ কোভিড ১৯ত আক্রান্ত হৈছে। ইয়াৰে 295জন কামৰূপ মহানগৰ জিলাৰ আৰু 221জন কামৰূপ গ্ৰাম্য জিলাৰ। এইপৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা 34947, সুস্থ হৈছে 25402জন।

Alert ~ 1371 new #COVID cases detected in Assam out of 22876 tests done in last 24 hrs. Positivity rate continues to be low at 5.9%.

Max~ Kamrup (M) – 295, Kamrup (R)- 221

↗️Total cases 34947
↗️Recovered 25402
↗️Active cases 9454
↗️Deaths 88

10 PM, July 28

#AssamCovidCount https://t.co/CppE2CetB3

Exit mobile version