সদৌ অসম ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা উজান বজাৰস্থিত ছহিদ ন্যাসৰ ভৱনত অনুষ্ঠিত হৈছে | উল্লেখ্য যে এই বৈঠকতে সদ্য ঘোষিত আছুৰ নতুন ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াত চূড়ান্ত মোহৰ মৰা সম্ভাৱনা প্ৰকট | বৈঠকত আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে জিলাসমূহৰ শীৰ্ষ ছাত্ৰ নেতাই লৈছে অংশ |
আছুৰ নতুন ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াত চুড়ান্ত মোহৰ মৰা সম্ভাৱনাঃ ছহিদ ন্যাসত গুৰুত্বপূৰ্ণ বৈঠক
-
By publisher

Related Content
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
By
publisher
March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
By
publisher
March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
By
publisher
March 11, 2026