ADVERTISEMENT

Tag: AASU

Aasu Educational Meeting:আছুৰ উদ্যোগত মহানগৰীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত‘ছেবাক বচাওঁ আহক’ শীর্ষক সভা

Aasu Educational Meeting : মেট্ৰিকৰ প্রশ্নকাকত খনেই সুৰক্ষা দিব নোৱাৰা অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ নেতৃত্বৰ বিৰুদ্ধে ৰাজ্যজুৰি প্রতিবাদ ...

Read more

AASU Orgranising Secretary Dhanmani Dutta Quits :সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ধনমণি দত্তৰ অব্যাহতি গ্ৰহণ

AASU Orgranising Secretary Dhanmani Dutta Quits : সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ ধণমণি দত্তই ব্যক্তিগত এৰাব নোৱাৰা কাৰণত সদৌ ...

Read more

Dr.Samujjul Bhattacharya :ৰাজ্যিক কেবিনেটৰ চাৰি জিলাৰ বিলুপ্তিকৰণ সিদ্ধান্তৰ বিৰোধিতা আছুৰ উপদেষ্টা সমুজ্জ্বলৰ

Dr.Samujjul Bhattacharya : ৰাজ্যৰ চাৰি জিলাৰ বিলুপ্তিক লৈ ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তক বিৰোধিতা কৰিছে সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা সমুজ্জ্বল ...

Read more

Patima Baruah Pande Award: লোক-সংস্কৃতিৰ সাধক একলব্য গামকপ্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আছুৰ

Patima Baruah Pande Award  : সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰে শিল্পীগৰাকীৰ মৃত্যুৰ ...

Read more

Ex AASU President Dipanka Nath Marriage : ড:ৰূপা হাজৰিকাৰ পাণিগ্ৰহণ কৰিলে আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে

Ex AASU President Dipanka Nath Marriage : অৱশেষত যুগ্মজীৱন আৰম্ভ হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি দীপাংক নাথৰ ...

Read more

AASU : আছু সাংগঠনিকভাৱে দুৰ্বল হৈছে নেকি

AASU : প্ৰাসংগিকতা শক্তিশালী হৈ থাকিলেও সাংগঠনিক দুর্বলতাই জৰ্জৰিত কৰিছে ৰাজ্যৰ অৰাজনৈতিক সর্ববৃহৎ ছাত্র সংগঠন সদৌ অসম ছাত্ৰ সন্থা (আছু)ক। ...

Read more

ৰাজনৈতিক বিবাদৰ বলি ! ‘চন্দ্রমোহন পাটোৱাৰী কামৰ মানুহ নহয়, কথাৰহে মানুহ’, নলবাৰী আছু

নলবাৰী জিলাখনৰ এটা পিছপৰা অঞ্চল । লখোপূৰ-চৰাবৰী অঞ্চল । বুঢ়াদিয়া নদীৰ পাৰৰ নলবাৰী-বৰপেটাৰ সীমামূৰীয়া এই অঞ্চলটোৰ জীৱিকা বুলিবলৈ কৃষিয়েই প্ৰধান ...

Read more
AASU : ৰাজ্যৰ ঘাটি বাজেট পূৰণ কৰিবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ শংকৰজ্যোতি বৰুৱাবিদ্যুতৰ অস্বাভাৱিক মাছুল বৃদ্ধি, হ্ৰাস কৰিবলৈ দাবী আছুৰঃ পৰিচালন সঞ্চালকক সাক্ষাৎ ছাত্ৰ সন্থাৰ

“অসমীয়া লিখাসকল গাদ্দাৰ”-প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বক্তব্যত গৰজিল জাতীয় সংগঠন ২৪ ঘন্টাত গ্ৰেপ্তাৰৰ দাবী আছু-যুৱ ছাত্ৰৰ

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ কাৰ্যসূচীত অংশ লৈ অসম বিদ্বেষী মন্তব্য কৰা প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা আব্দুল ...

Read more
Page 1 of 7 1 2 7