বাঘজানৰ তৈলখাদৰ জুই নিৰ্বাপনৰ প্ৰথম প্ৰচেষ্টাত বিফল হৈছে অইল কৰ্তৃপক্ষ ।
- আজিৰে পৰা ৫ নং তৈলখাদৰ অগ্নি নিৰ্বাপনৰ শেষ প্ৰস্তুতি চলাইছিল যদিও BOP স্থাপনৰ সময়তে সংঘটিত হৈছে আন এক অঘটন ।
- অগ্নি নিৰ্বাপনৰ বাবে স্থাপন কৰিবলৈ লোৱা BOP ৰ উজনতকৈ BOP স্থাপনৰ বাবে ব্যৱহাৰ কৰা ক্ৰেং খনৰ বহন ক্ষমতা কম হোৱাৰ বাবেই ক্ৰেং খন বাগৰি পৰে ।
- ক্ৰেং খন বাগৰি পৰাৰ পিছতে বাঘজানৰ অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত পুনৰ অনিশ্চয়তাই দেখা দিছে ।
বাঘজানৰ তৈলখাদৰ জুই নিৰ্বাপনৰ প্ৰথম প্ৰচেষ্টাত বিফল অইল কৰ্তৃপক্ষ
-
By publisher
Related Content
Minister Bimal Bora at the Assam Pavilion of the International Trade Fair:নতুন দিল্লীৰ আই আই টি এফত অসম দিৱস
By
publisher
November 22, 2024
Putin sends animals to Kim to boost ties with North Korea:উত্তৰ কোৰিয়াৰে ঘনিষ্ঠতা বৃদ্ধি ৰাছিয়াৰ, কীমলৈ জন্তু প্ৰেৰণ পুটিনৰ
By
publisher
November 22, 2024
Delhi has been polluted for 122 days this year:দিল্লীত চলিত বর্ষত ১২২ দিনতে প্ৰদূষণৰ ত্ৰাস
By
publisher
November 22, 2024
Dead leopard found in Guwahati:কংক্ৰিট মহানগৰীত উদ্ধাৰ মৃত নাহৰফুটুকী
By
publisher
November 22, 2024