বাঘজানৰ তৈলখাদৰ জুই নিৰ্বাপনৰ প্ৰথম প্ৰচেষ্টাত বিফল হৈছে অইল কৰ্তৃপক্ষ ।
- আজিৰে পৰা ৫ নং তৈলখাদৰ অগ্নি নিৰ্বাপনৰ শেষ প্ৰস্তুতি চলাইছিল যদিও BOP স্থাপনৰ সময়তে সংঘটিত হৈছে আন এক অঘটন ।
- অগ্নি নিৰ্বাপনৰ বাবে স্থাপন কৰিবলৈ লোৱা BOP ৰ উজনতকৈ BOP স্থাপনৰ বাবে ব্যৱহাৰ কৰা ক্ৰেং খনৰ বহন ক্ষমতা কম হোৱাৰ বাবেই ক্ৰেং খন বাগৰি পৰে ।
- ক্ৰেং খন বাগৰি পৰাৰ পিছতে বাঘজানৰ অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত পুনৰ অনিশ্চয়তাই দেখা দিছে ।
বাঘজানৰ তৈলখাদৰ জুই নিৰ্বাপনৰ প্ৰথম প্ৰচেষ্টাত বিফল অইল কৰ্তৃপক্ষ
