কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেহত ক’ভিড-১৯

images 3

চৰকাৰৰ অন্দৰমহলতে প্ৰৱেশ কৰিলে কৰ’নাই। আক্ৰান্ত হৈছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। টুইটাৰত তেওঁ কৰ’না পজিটিভ বুলি ঘোষণা কৰে।

■ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ দেহত আজি কৰ’না পজিটিভ ধৰা পৰে।
■ তেওঁ টুইটাৰযোগে এই কথা সদৰী কৰে।
■ সম্প্ৰতি মন্ত্ৰীগৰাকী চিকিৎসাধীন অৱস্থাত আছে ।
■ লগতে টুইটাৰযোগে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ভিড-১৯ ৰ পৰীক্ষা কৰিবলৈ আহ্বান জনায়।

  • কি কলে টুুুইটাৰত:

কৰ’নাৰ প্ৰাথমিক লক্ষণ দেখা দিয়াত মই টেষ্ট কৰাও আৰু ৰিপৰ্ট positive আহে। মোৰ স্বাস্থ্য ভালে আছে কিন্তু ডক্টৰৰ পৰামৰ্শমতে হস্পিতালত ভৰ্তি হৈছো। মোৰ অনুৰোধ যে বিগত দিনকেইটাত মোৰ সংস্পৰ্শলৈ অহা সকলে নিজকে isolate কৰি টেষ্ট কৰক।

Exit mobile version