ভাৰতত নাটকৰ এটা ধাৰাক প্ৰতিষ্ঠা কৰা ব্যক্তি ইব্ৰাহীম আলকাজিৰ ৯৪ বছৰ বয়সত মৃত্যু হয় । ইব্ৰাহীম আলকাজি নেশ্যনেল স্কুল ড্ৰামাৰ(NSD) প্ৰতিষ্ঠাপক সঞ্চালক সেতু সেনৰ পিছত সঞ্চালকৰ দায়িত্বত আছিল ।তেওঁ এনএচডিত প্ৰায় ১৫ বছৰে সেৱা আগবঢ়াইছিল ।লগতে ৭০-৮০ দশকত ইব্ৰাহীম আলকাজিয়ে আধুনিক ভাৰতীয় ৰংগমঞ্চৰ ভাষাক স্থাপন কৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁ আছিল আধুনিক নাট্যকাৰ ৷লগতে ৫০ খনতকৈ অধিক নাটকক পৰিচালনা কৰিছিল ইব্ৰাহীম আলকাজিয়ে ৷তেওঁ অভ্যাস আৰু অভিনয়ৰ যোগেৰে নতুন প্ৰজন্মক আকৰ্ষণ কৰিছিল।
নেশ্যনেল স্কুল অৱ ড্ৰামাৰ সঞ্চালক ইব্ৰাহীম আলকাজিৰ দেহাৱসান
-
By publisher

- Categories: India, News
- Tags: National School of DramaNSD
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025