কৰ’নাত আক্ৰান্ত আগলাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী

056b59b8 0d65 4053 ad9d c3c48b3f0807

আগলাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী আৰু তেওঁৰ পৰিয়াল আক্ৰান্ত হৈছে কৰ’নাত ৷

কৰ’নাত আক্ৰান্ত হৈছে পুত্ৰ চাদিক আহমেদ চৌধুৰী ৷

পত্নী চায়েৰা বেগম চৌধুৰী ,

গাড়ীচালক আশ্বৰফ আলি মজুমদাৰ আৰু ওইড আলি বৰভূঞাৰ লগতে চামচুল উদ্দিন চৌধুৰী আৰু নিজম উদ্দিন চৌধুৰী ।

Exit mobile version