প্ৰথমতে টুইটাৰত এখন বিশেষ ফ’টো

c4cb3fc0a95f7d28ce136ae3fbe82c9658abdb520ed6a27fe42e16d17e7cace1

এজন ব্যক্তিৰ এটা বিশেষ টুইট । আৰু তাৰ পিছত এটাৰ পিছত আন এটাকৈ বিবাহৰ প্ৰস্তাৱ ৷ শৌমিক নামৰ এজন ব্যক্তিয়ে তেওঁৰ পুথিভৰাঁলটোৰ সৈতে টুইটাৰ আপলোড কৰে এখন বিশেষ ফ’টো । শৌমিকে পুথিভৰাঁল স’তে ফ’টো আপলোড কৰি লিখে য’ত তেওঁ তাতেই থাকে ।

“যিসকল লোকে নাজানে যে তেওঁলোকক মই কওঁ যে মই এই পুথিভঁৰালটোতে থাকো।” এই মন্তব্য শৌমিকৰ ৷ ছবিখনত এখন টেবুল আৰু এখন চকী দেখিবলৈ পোৱা গৈছে । লগতে আছে প্ৰায় হাজাৰখন কিতাপ।” ইফালে শৌমিকে এই প’ষ্টটো শ্বেয়াৰ কৰাৰ পিছত গ্ৰন্থ প্ৰেমীসকলে তেওঁক ভূয়সী প্ৰশংসা কৰে ৷

এতিয়ালৈকে শৌমিকৰ টুইটটোৱে প্ৰায় ৮০০০ লাইক লাভ কৰিছে । বহুতে শৌমিকৰ বিশাল পুথিভঁৰালটোৰ দৰে নিজৰকৈ এটা পুথিভঁৰাল গঢ়াৰ সপোন দেখিছে ৷ লগতে একাংশ গ্ৰন্থ প্ৰেমীয়ে আকৌ ইমান বৃহৎ পুথিভঁৰালৰ কাৰণে বিবাহৰ প্ৰস্তাৱো দিয়ে । চাওঁ আহক শৌমিকে লাভ কৰা কিছুমান টুইট :

 

Exit mobile version