Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Moving Bus Caught Fire in Haryana:হাৰিয়ানাত চলন্ত বাছ অগ্নিদগ্ধ,কৰুণ মৃত্যু ৯ যাত্ৰীৰ,২৪ যাত্ৰী আহত

বাছ খনত আছিল ৬০ জন তীর্থ যাত্রী, তীর্থযাত্রীসকলে ভ্ৰমণ কৰি আহিছিল বৃন্দাবন আৰু মথুৰা

publisher by publisher
May 18, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Moving Bus Caught Fire in Haryana:হাৰিয়ানাত চলন্ত বাছ অগ্নিদগ্ধ,কৰুণ মৃত্যু ৯ যাত্ৰীৰ,২৪ যাত্ৰী আহত
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

নেপালত শোকাৱহ দুৰ্ঘটনা!

Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

Moving Bus Caught Fire in Haryana:

হাৰিয়ানাত এখন চলন্ত বাছত ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ড ফলত ৯ জনকৈ যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃ্ত্যুক সাবটি হয় । এই শোকাৱহ অঘটনটি সংঘটিত হয় হাৰিয়ানাৰ নুহ জিলাত শুক্ৰবাৰে নিশা ৷ ঘটনাটিত গুৰুত্বৰভাৱে আহত হয় ২৪ জনকৈ যাত্ৰী ৷

ADVERTISEMENT

উল্লেখ্য যে,বাছ খনত আছিল ৬০ জনকৈ যাত্ৰী ৷ সকলোৱেই আছিল তীৰ্থযাত্ৰী ৷ তীৰ্থযাত্ৰীসকলে বৃন্দাবন আৰু মথুৰা ভ্ৰমণ কৰি গৃহাভিমুখী হোৱাৰ পথত কুণ্ডলী-মানেচাৰ-পালৱাল ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে তেওঁলোকৰ বাছ খনত জুই লাগে ৷ মুহূৰ্ততে জুয়ে আগুৰি ধৰে চলন্ত বাছ খনক ৷

প্ৰাণৰ মমতাত বহুতে প্ৰাণকাতৰ আৰ্তনাদ কৰে ৷ চালকে অতি তৎপৰতাৰে পথৰ কাষত ৰখাই যদিও ইতিমধ্যে কৰুণ মৃত্যুক সাবটি হয় আঠজন যাত্ৰীয়ে ৷ আহত হয় ২৪ যাত্ৰী ৷ এই যাত্ৰীসকলৰ অধিকাংশই আছিল পঞ্জাৱৰ লুধিয়ানা,হোছিয়াৰপুৰ আৰু চণ্ডীগড়ৰ।

উল্লেখ্য যে,দুৰ্ঘটনাগ্ৰস্ত বাছ খন পথৰ কাষত ৰৈ যোৱাৰ পাছত স্থানীয় লোকে জুই নুমুৱাবলৈ চেষ্টা কৰাৰ লগতে বাছখনৰ যাত্ৰীসকলক উদ্ধাৰ অভিযানত উবুৰি খাই পৰে ৷ আনহাতে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে অতি তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এই ঘটনাত বাছখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ইপিনে,অগ্নিদগ্ধ ২৪ যাত্ৰীক স্থানীয়লোকে চিকিৎসালয়ত ভৰ্তি কৰে ৷ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে অগ্নিকাণ্ড সূত্ৰপাত কিদৰে দৰে হ’ল এই সন্দৰ্ভত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব বুলি জানিব দিয়ে আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই ৷

বাছখনৰ এগৰাকী বৰ্ষীয়ান মহিলা যাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, বাছখনত অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছতে তেওঁ জঁপিয়াই প্ৰাণ ৰক্ষা কৰে। আনহাতে বাছ খনৰ পিছফালে সংঘটিত হোৱা অগ্নিকাণ্ড সন্দৰ্ভত বাছচালক বা কোনো যাত্ৰীয়ে গম পোৱা নাছিল ৷ মাত্ৰ এজন বাইক আৰোহীয়ে বাছ খনৰ পিছে পিছে আহি থকাত জুই দেখা পাই আৰু তেওঁ ততাতৈয়াকৈ চলন্ত অৱস্থাতে বাছচালকক চিঞৰি চিঞৰি জুই লগাৰ কথা কয় ৷ ইয়াৰ পাছতে থৰকাছুটি হেৰুৱাই বাছচালকে পথৰ কাষত বাছ খন ৰখাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 24 InjuredBus AccidentHaryanaNine Killed As Bus Catches Fire
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d