- সমগ্ৰ দেশত অব্যাহত আছে কৰ’নাৰ সন্ত্ৰাস ৷
- ইয়াৰ মণিপুৰত কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ কাৰণে দিয়া হৈছে তলাবন্ধ ৷
- অৱশ্যে ৰাজ্যখনত জৰুৰীকালীন সেৱাসমূহ অব্যাহত থাকিব ৷
- পুৱা ৮ বজাৰ পৰা ২ বজালৈকে খুলিব জৰুৰীকালীন সামগ্ৰীৰ দোকানসমূহ ৷
- আনহাতে এই তলাবন্ধ অব্যাহত থাকিব ৩১ আগষ্টলৈ ৷
- মণিপুৰত কৰ’নাত আক্ৰান্ত হৈছে ৪,৩৯০ জন ৷ সুস্থ হৈ আছে ২,৪৩৮ জন ৷ মৃত্যু হৈছে ১৩ জনৰ।
৩১ আগষ্টলৈকে মণিপুৰত তলাবন্ধৰ ম্যাদ বৃদ্ধি
-
By publisher
![Assam News Today | ৩১ আগষ্টলৈকে মণিপুৰত তলাবন্ধৰ ম্যাদ বৃদ্ধি - Dainik Agradoot | Lockdown](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2020/04/Lockdown-696x464.jpg?fit=800%2C533&ssl=1)
Related Content
Rupee fell to 87.94 against the dollar:ডলাৰৰ বিপৰীতে ৮৭.৯৪লৈ নামিল টকা
By
publisher
February 11, 2025
Maharashtra:মহাৰাষ্ট্ৰত গুলেইন-বাৰী চিণ্ড্ৰোমত আক্ৰান্ত ১৬৭ জন লোক
By
publisher
February 11, 2025
Registered unemployment increased to 3.6 million:পঞ্জীয়নভুক্ত নিবনুৱা ৩৬ লাখলৈ বৃদ্ধি
By
publisher
February 11, 2025
Bird slaughter in Putari Beach:নগাঁৱৰ ৰহঢলাৰ পুতৰি বিলত অব্যাহত পক্ষী নিধন যজ্ঞ
By
publisher
February 11, 2025