Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰীৰ  

publisher by publisher
May 10, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

Cm Himanta Viswa Sarma Pressmeet:

শনিবাৰে জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই পৌৰোহিত্যত অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ পৰা সেনা বাহিনীত কৰ্মৰত জোৱান সকলৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত লোৱা কেতবোৰ সিদ্ধান্তৰ কথা সদৰি কৰে ৷ সেই অনুসৰি আগন্তুক সাতদিনত ৰাজ্যৰ প্ৰতি গৰাকী সেনা জোৱানৰ পৰিয়ালৰ ঘৰলৈ পঠিওৱা হ’ব প্ৰশাসনৰ লোকক৷ তেওঁলোকে পৰিয়ালৰ স’তে কৰিব মতবিনিময়। প্ৰতিটো পৰিয়ালৰ সন্তানক স্কুলত নামভৰ্তিৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰ্যন্ত দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। পৰিয়ালৰ চিন্তাই যাতে যুদ্ধস্থলীত কোনো ক্ষেত্ৰত সেনা জোৱানজনক ব্যাঘাত নজন্মাই তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ৷

ADVERTISEMENT

সংবাদমেলত ডিব্ৰুগড় বিমানবন্দৰৰ নামকৰণক লৈ শনিবাৰে অনুষ্ঠিত কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,ড:ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ উৎসৰ্গা কৰিছে কেবিনেটে। আনহাতে ৰাজ্যৰ চাহ জনগোষ্ঠী লোকসকলৰ ‘বহুচৰ্চিত এটি কলি দুটি পাত প্ৰকল্প’ক অধীনত প্ৰতিগৰাকী চাহ শ্ৰমিকলৈ ৫,০০০টকাৰ এককালীন সাহায্য আগবঢ়োৱা হোৱাৰ কথাও সদৰি কৰে ৷

সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে আৰু কয় যে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী সকলে ইতিমধ্যে লাভ কৰি থকা আপোন ঘৰ, আপোন বাহন আঁচনিদুখনৰ সুবিধা এতিয়াৰ পৰা লাভ কৰিব এনএইছএম, সৰ্বশিক্ষা অভিযান, শক্তি বিভাগৰ তিনিওটা প্ৰতিষ্ঠান আৰু নিগম-নিকায়ৰ কৰ্মচাৰীয়েও । আনহাতে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিত কেবিনেটৰ অনুমোদন জনোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে,অহা ১ জুনৰ পৰা এই আচঁনিত আবেদন কৰিব পাৰিব সংশ্লিষ্ট পক্ষই। সেই অনুসৰি ২০২৪-২৫ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে মাহে লাভ কৰিব ২৫০০ টকাকৈ ৷ কিন্ত এই সুবিধা নাপাব ব্যক্তিগত শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীয়ে। ইপিনে বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলকো এককালীন সাহায্য হিচাপে দিয়া হ’ব ২০ হাজাৰ টকাকৈ ৷অৱশ্যে দিব্যাংগ গৱেষক ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ’ব ৪০ হাজাৰ টকা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে জুন মাহত অসম বিধানসভাৰ অধিৱেশন এদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ সেই অধিৱেশনতে ইতিমধ্যে কেবিনেটে লোৱা কেতবোৰ সিদ্ধান্ত উদ্থাপন কৰি গৃহিত কৰা হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cabinet MeetingDispurHimanta Viswa SarmaLoksewa Bhawan
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d