- নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে “অসম পৰামৰ্শ দাতা সমিতি” গঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম যুৱ ছাত্ৰ পৰিষদৰ ।
- পৰামৰ্শ দাতা সমিতিৰ উপদেষ্টাৰ ড০ নগেন শইকীয়া আৰু অৰূপ কুমাৰ দত্ত ।
- আহ্বায়ক কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকা ।
- সদস্য – ৰঞ্জিত শেখৰ মুছাহাৰী, জাহ্নু বৰুৱা, ধীৰেন শইকীয়া, আলি সাইদৰ, ৰাণা চাংমাই, আবু চাহিদ, ৰফিকুদ্দিন আহমেদ, সঞ্জয় কুমাৰ তাঁতী, পৃথ্বীৰাজ ৰাভা, সূৰ্য থাউছেন, হুছেইন আহমেদ লস্কৰ, প্ৰণব জ্যোতি শইকীয়া আৰু প্ৰদীপ ঘোষ ।
- সমন্বয়ক হিচাপে আছে লুৰিণ জ্যোতি গগৈ আৰু পলাশ চাংমাই ।
নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত আছু-এ জে ৱাই চি পিয়ে ঘোষণা কৰিলে পৰামৰ্শ দাতা সমিতি
