প্ৰসংগঃ কংগ্ৰেছ এ আই ইউ ডি এফৰ মহাজোঁটবন্ধন

Tarun Gogoi and Badruddin Ajmal

কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত দলটোৱেই ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ কিন্তু সম্প্ৰতি আটাইতকৈ চৰ্চা লাভ কৰি থকা কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁটবন্ধনৰ বিৰোধিতা কৰিছে কংগ্ৰছৰ ঘৰৰে সদস্য ৰানা গোস্বামী,অজন্তা নেওগ আৰু ৰূপজ্যোতি কুৰ্মীৰ লগতে জ্যেষ্ঠ নেতাসকলে ৷ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কাি তৰুণ গগৈ কয় যে বিজেপিয়ে ১০০ ৰো অধিক আসন পালে কংগ্ৰেছ এৰিব তৰুণ গগৈয়ে।লগতে গগৈয়ে কয় যে চৰকাৰ গঠন কৰিব পৰাকৈ অধিক আসন লাভ কৰিব কংগ্ৰেছে ৷

Exit mobile version