বিশিষ্ট গীতিকাৰ , লোক সংস্কৃতিৰ সাধক অসমৰ বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ গুৱাহাটী হেলথ চিটি হাস্পতালত সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।ও ফুলেশ্বৰি বুকুৰে লগৰী, বেলি গ’ল গধূলি হ’ল, মধুৰ মুৰতি, নামামী ব্ৰহ্মপুত্ৰ আদি জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগত খনক সমৃদ্ধ কৰা বিশিষ্ট গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক মন্মথ বৈশ্য যোৱা ১৫ আগষ্টৰ পৰা গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত চিকিৎসাধিন হৈ আছিল । বৰপেটাৰ কেওটকুছি গাঁওৰ প্ৰয়াত গীতিকাৰ গৰাকী গুৱাহাটীৰ বেলতলাৰ বাসিন্দা আছিল।
বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ দেহাৱসান
-
By publisher
Related Content
Ex.MP Ishwar Prasanna Hazarika Passed Away :প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান
By
publisher
May 13, 2024
Morigaon:মৰিগাঁৱত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন
By
publisher
May 13, 2024
PHE Executive Engineer Arrested:উৎকোচ লৈ হাত দাঙিলে লখিমপুৰৰ জনস্বাস্থ্যৰ কাৰ্যবাহী অভিযন্তাই
By
publisher
May 13, 2024