Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Ports, Shipping and Waterways Minister Sarbananda Sonowal arrives in Iran:ইৰাণত উপস্থিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱাল

ইৰাণৰ পথ আৰু নগৰ উন্নয়ন মন্ত্ৰী মেহৰদাদ বাজৰপাছৰ উপস্থিতিত স্বাক্ষৰিত হয় ঐতিহাসিক চুক্তি, ভাৰতে চাবাহাৰ বন্দৰৰ উন্নয়নৰ বাবে যথেষ্ট বিনিয়োগ কৰিব, ইয়াৰ ফলত মধ্য এছিয়াৰ দেশসমূহ, আফগানিস্তান, ইৰাণ আৰু ভাৰতৰ মাজত বাণিজ্যৰ নতুন দিশ মুকলি হ'ব:সোণোৱাল

publisher by publisher
May 13, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Union Ports, Shipping and Waterways Minister Sarbananda Sonowal arrives in Iran:ইৰাণত উপস্থিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱাল
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

আকাশৰ পৰা নামিল ক’লা বৰষুণ!

পাঁচ ঘণ্টাৰ বাবে আকাশসীমা বন্ধ কৰিলে ইৰানে, প্ৰভাৱ ভাৰতীয় উৰণত

Isreal -Iran War Update:তেহৰানৰ বিমান ঘাটিত ভয়ংকৰ আক্ৰমণ, ধ্বংস কৰিলে ইৰানৰ যুঁজাৰু বিমান-ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ

Union Ports, Shipping and Waterways Minister Sarbananda Sonowal arrives in Iran:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱাল সোমবাৰে দুপৰীয়া বিশেষ বিমাণযোগে নতুন দিল্লীৰ পৰা ইৰাণৰ ৰাজধানী তেহৰানত উপস্থিত হয় ৷

ADVERTISEMENT

উল্লেখ্য যে,ভাৰতৰ ইণ্ডিয়ান প’ৰ্টছ গ্ল’বেল লিমিটেড আৰু ইৰাণৰ বন্দৰ আৰু সামুদ্রিক সংস্থাৰ মাজত চাবাহাৰ বন্দৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দীর্ঘম্যাদী দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়, যাৰ ফলত চাবাহাৰ বন্দৰ উন্নয়ন প্রকল্পত ভাৰতে ১০ বছৰৰ বাবে শাহিদ বেহেস্তি পৰিচালনা সক্ষম কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে ইৰাণৰ পথ আৰু নগৰ উন্নয়ন মন্ত্ৰী মেহৰদাদ বাজৰপাছে আজি তেহৰাণত অনুষ্ঠিত এই ঐতিহাসিক চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ২০১৬ চনৰ ২৩ ম’ত’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণ ভ্ৰমণ কৰাৰ সময়ত তেহৰাণত এই বন্দৰৰ পদক্ষেপ ত্বৰান্বিত কৰা হৈছিল।

এই চুক্তিৰ লক্ষ্য হৈছে আঞ্চলিক সংযোগ বৃদ্ধি কৰা আৰু বিশেষকৈ ভাৰত, ইৰাণ আৰু আফগানিস্তানৰ মাজত বাণিজ্যৰ সুবিধা ত্বৰান্বিত কৰা। আইপিজিএলৰ সহায়ক সংস্থা ইণ্ডিয়া প’ৰ্টছ গ্ল’বেল চাবাহাৰ ফ্ৰী জ’নে ২০১৯ চনত আফগানিস্তানৰ পৰা ভাৰতলৈ সামগ্ৰী ৰপ্তানি ত্বৰান্বিত কৰিছিল। ২০২২ চনৰ আগষ্টত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ চাবাহাৰ ভ্ৰমণৰ লগে লগে দীর্ঘম্যাদী চুক্তিৰ সন্দৰ্ভত আলোচনা ক্ষিপ্ৰতৰ হৈছিল। এই ১০ বছৰীয়া দীর্ঘম্যাদী লীজ চুক্তিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰিব আৰু বাণিজ্যৰ নতুন পথ প্রশস্ত কৰিব।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালে কয়, “আজি ভাৰতৰ সামুদ্রিক খণ্ডৰ বাবে এক ঐতিহাসিক দিন কিয়নো ভাৰত আৰু ইৰাণে চাবাহাৰ বন্দৰ সন্দৰ্ভত এই দীর্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰি ভাৰত, ইৰাণ আৰু আফগানিস্তানৰ মাজত ত্ৰিপাক্ষিক বাণিজ্য বৃদ্ধিৰ লগতে সামুদ্রিক সহযোগিতা আৰু পৰিবহণৰ এক নতুন যুগৰ সূচনা কৰিছে। ভাৰতে চাবাহাৰ বন্দৰত বিনিয়োগ অব্যাহত ৰখাৰ ফলস্বৰূপে ইয়াৰ দক্ষতা আৰু ক্ষমতা অধিক বৃদ্ধি হ’ব। সমগ্র অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি দৃঢ় হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ আৰু গতিশীল নেতৃত্বত চাবাহাৰত ভাৰতৰ নিৰন্তৰ সম্পৰ্কই বিশ্ব যোগান শৃংখলাত ভাৰত আৰু ইৰাণৰ ভূমিকা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোত ভাৰতৰ বাণিজ্যৰ গুৰুত্ব বৃদ্ধি কৰিব। ভাৰতে বাণিজ্যিক সম্পৰ্কৰ বাহিৰেও আঞ্চলিক উন্নয়নত সহায় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ সুদৃঢ় কৰি মানৱীয় সাহায্য ৰপ্তানিৰ বাবেও বন্দৰটো ব্যৱহাৰ কৰিব।”

সোণোৱালে লগতে কয়, “চাবাহাৰ বন্দৰৰ গুৰুত্ব ভাৰত আৰু ইৰাণৰ মাজতে সীমাবদ্ধ নাথাকে; ই মধ্য এছিয়াৰ দেশসমূহ, আফগানিস্তান আৰু ভাৰতক সংযোগ কৰা এক গুৰুত্বপূর্ণ বাণিজ্যিক প্রাণকেন্দ্ৰ হিচাপেও কাম কৰিব। এই সংযোগে বৃহৎ অঞ্চলটোত বাণিজ্য আৰু সুৰক্ষিত যোগান শৃংখলাৰ স্থিতিস্থাপকতাৰ বাবে নতুন পথ মুকলি কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰতে শক্তিশালী যোগান শৃংখলা নেটৱৰ্কৰ সৈতে এক মুখ্য সামুদ্রিক প্রাণকেন্দ্র হোৱাৰ পথত প্ৰসাৰিত গৈছে। চাবাহাৰ বন্দৰ আৰু ভাৰতীয় বন্দৰৰ মাজত নিয়মীয়া জাহাজৰ চলাচলৰ দিশটোৱে ব্যৱসায়ীসকলৰ মাজত নতুন আশা জাগ্রত কৰিছে।”

ভাৰতৰ অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে চাবাহাৰ বন্দৰৰ গুৰুত্ব সম্পর্কে সর্বানন্দ সোণোৱালে কয়, “এই প্রকল্পটোৱে ভাৰতীয় উদ্যোগীসকলক দীর্ঘম্যাদী সম্ভাৱনাৰ অন্বেষণ কৰাত সহায় কৰিব। পাৰস্পৰিক অর্থনৈতিক বিকাশ আৰু সহযোগিতা বৃদ্ধি কৰাত এই চুক্তিৰ ভূমিকা হ’ব অপৰিসীম। এইছেগতে মই ইৰাণৰ নেতৃত্বক তেওঁলোকৰ অকুণ্ঠ সহযোগিতা আৰু সমর্থনৰ বাবে ধন্যবাদ জনাইছোঁ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সদিচ্ছাই এই প্রকল্পটোক দীর্ঘম্যাদী দৃষ্টিভংগীৰে এক কাৰ্যকৰী বাস্তৱলৈ পৰিণত কৰিছে।”

ইৰাণৰ দক্ষিণ পশ্চিম উপকূলৰ চিস্তান-বালুচিস্তান প্রদেশত অৱস্থিত চাবাহাৰ বন্দৰ হৈছে ভাৰতৰ পশ্চিম উপকূলৰ পৰা সহজে প্ৰৱেশ কৰিব পৰা আৰৱ সাগৰৰ এক গুৰুত্বপূৰ্ণ বিন্দু। গুজৰাটৰ কান্দলা বন্দৰ ৫৫০ নটিকেল মাইলেৰে চাবাহাৰ বন্দৰৰ আটাইতকৈ নিকটতম, আনহাতে চাবাহাৰ আৰু মুম্বাইৰ মাজৰ দূৰত্ব ৭৮৬ নটিকেল মাইল। ২০১৯ চনৰ পৰা ই ৮০,০০০তকৈও অধিক টিইইউ আৰু ৮ নিযুত টনতকৈ অধিক বাল্ক আৰু সামগ্ৰীৰ কণ্টেইনাৰ ট্রেফিক পৰিচালনা কৰিছে। চাবাহাৰ বন্দৰৰ লক্ষ্য হৈছে পাৰস্পৰিক অৰ্থনৈতিক কার্যকলাপ বৃদ্ধিৰ লগতে নিযুক্তিৰ নতুন নতুন সুযোগ সৃষ্টি কৰা। কৌশলগতভাৱে অৱস্থিত এই বন্দৰটোৱে মধ্য এছিয়াৰ দেশসমূহ আৰু আফগানিস্তানৰ মাজত কার্গ ট্রেফিক পৰিচালনাৰ বাবে হৰমুজ প্রণালীৰ পৰা এক বৈকল্পিক পৰিবহণ পথ প্রশস্ত কৰিছে। এই বিবিধতাই অঞ্চলটোত ভাৰতৰ কৌশলগত স্থিতিও শক্তিশালী কৰিছে।

চাবাহাৰক আন্তর্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ ক’ৰিডৰৰ পূব পথত এক গুৰুত্বপূর্ণ সংযোগ হিচাপে পৰিকল্পনা কৰা হৈছে, যাৰ ফলত ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজত সামগ্ৰীৰ চলাচল সহজ হ’ব। ৭,২০০ কিলোমিটাৰৰ এই আন্তর্জাতিক ক’ৰিডৰৰ সৈতে সম্পর্কিত আন্তঃগাঁথনি আৰু লজিষ্টিক বিকাশৰ ক্ষেত্ৰত ভাৰত আৰু ইৰাণৰ মাজত এই পাৰস্পৰিক সহযোগিতাৰ লক্ষ্য হৈছে পৰিবহণ ব্যয় আৰু সময় হ্রাস কৰা, যাৰ ফলত এই অঞ্চলসমূহৰ মাজত বাণিজ্য অধিক বৃদ্ধি হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Iran Visit Union PortsShipping and Waterways Minister Sarbananda SonowalTEHRAN
publisher

publisher

Related Posts

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d