ওদালগুৰিত মন্ত্ৰী ৰিহন দৈমাৰীৰ ঘোষণা

WhatsApp Image 2020 08 28 at 12.12.52 PM

● বিটিচিত বৰ্তমানেও প্ৰযোজ্য নহয় অৰুণোদয় আঁচনি ।
● বিটিচিত চলি আছে নিৰ্বাচনী অধিসূচনা ।
● ফলত নিৰ্বাচনৰ পাছতহে আঁচনিৰ কাম আৰম্ভ হ’ব ।
●ওদালগুৰিত একাংশ দালালে অৰুণোদয় আঁচনিৰ নামত ধনৰ লেনদেন কৰিছে ।
● প্ৰ-পত্ৰৰ নামত সংগ্ৰহ কৰিছে ধন ।
●এই কাৰ্যত বিজেপি-ইউপিপিএলৰ কৰ্মী জড়িত থকাৰ অভিযোগ । সেইসকল লোকক সকীয়নি মন্ত্ৰী দৈমাৰীৰ ।
● যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে এইসকল লোক ।
● ‘এনে অবৈধ কাম কৰি থাকিলে জেলৰ ভাত খাবলৈ সাজু থাকক’, এনেদৰে কয় দৈমাৰীয়ে ।
● অভিযোগ পালেই থানাত গোচৰ তৰা হ’ব ।
● এনে অবৈধ কামত জড়িত লোকসকলে ৰেহাই নাপাব ।
●বিটিচি নিৰ্বাচনৰ পাছতহে চাৰিওখন জিলাত আঁচনি ৰূপায়নৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব ।

Exit mobile version