ওদালগুৰিত পুনৰ ৪৬ গৰাকী শিক্ষক কৰ’নাত আক্ৰান্ত

3coronavirus 82

● ওদালগুৰিত পুনৰ ৪৬ গৰাকী শিক্ষকৰ শৰীৰত ধৰা পৰিছে ক’ভিড-১৯ ।
● যোৱা নিশা অহা ফলাফলত তেওঁলোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে ।
● ইয়াকে লৈ জিলাখনত যোৱানিশা পৰ্যন্ত ৫২ গৰাকী শিক্ষক আক্ৰান্ত হৈছে ।
● আক্ৰান্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ।

Exit mobile version