Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Piyanka Gandhi Visit Dhubri: ধুবুৰীত ৰকিবলৰ হৈ প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে

মন্দিৰ, মছজিদ, গুৰুদ্বাৰ সকলো থকা ধুবুৰী ক্ষুদ্ৰ ভাৰত: প্ৰিয়ংকা গান্ধী

publisher by publisher
May 1, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Piyanka Gandhi Visit Dhubri: ধুবুৰীত ৰকিবলৰ হৈ প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

Senior journalist Pradeep Sen passes away :জেষ্ঠ সাংবাদিক প্ৰদীপ সেন আৰু নাই

Mamata Banerjee:দেশত নিৰপেক্ষ সংস্থা বুলি একো নাই শাসক দল জয়ী হ’ব বুলি আত্মবিশ্বাসী নাছিল, বিজেপিৰ বিৰুদ্ধে সৰৱ

Piyanka Gandhi Visit Dhubri:

লোকসভা নিৰ্বাচনৰ দুটাকৈ পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত সাত মে’ত অনুষ্ঠিত হ’ব লগা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে বিজেপি, কংগ্ৰেছকে ধৰি প্ৰতিটো সৰু- বৰ দলেই নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ অসমতো সাত মে’ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ  ভোটদান পৰ্ব।

ADVERTISEMENT

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে নিজ দলৰ প্ৰাৰ্থীৰ হৈ ৰোড শ্ব’ত অংশ গ্ৰহণ কৰি যোৱাৰ পাছত আজি ধুবুৰীত উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৷ দিল্লীৰ পৰা চাৰ্টাড বিমানেৰে ৰূপচী বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰা পোনে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে দুপৰীয়া বালাজানত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰিয়ংকা গান্ধীয়ে।

বালাজানত অনুষ্ঠিত কংগ্ৰেছৰ বিশাল জনসভাত অংশ লৈ কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী গৰাকীয়ে বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷‘জয় আই অসম’ ধ্বনিৰে প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ উদাত্ত ভাষণত কয়,‘ধুবুৰী এনে এখন ঠাই য’ত মন্দিৰ, মছজিদ, গুৰুদ্বাৰ সকলো আছে। যাৰবাবে ধুবুৰী ক্ষুদ্ৰ ভাৰত ৰূপে পৰিচিত ।

ৰাহুল গান্ধীয়ে এইখন ধুবুৰীৰ পৰাই আৰম্ভ কৰিছিল ন্যায় যাত্ৰা ৷ এই যাত্ৰাই সৰ্বস্তৰৰ ৰাইজৰ সহাৰী পাবলৈ সক্ষম হৈছিল । দেশত শেহতীয়াকৈ অব্যাহত থকা ৰাজনীতি সৰ্বসাধাৰণৰ বাবে নহয় ৷ ধনবল,বাহুবল থকা সকলৰ বাবেহে এতিয়াৰ ৰাজনীতি ৷ যাৰ ফলস্বৰূপে দেশৰ শাসনত পুনৰ অধিস্থিত হ’বৰ বাবে ধনবল,বাহুবল সকলো ব্যৱহাৰ কৰিছে ৷ দেশৰ অগাধ ধন, গণতান্ত্ৰিক ব্যৱস্থা নিজৰ কৰি লৈছে। চাহ বাগিছাৰ শ্ৰমিক সকলে পোৱা নাই নিজৰ প্ৰাপ্য মজুৰি,ছয় জনগোষ্ঠীয়ে নেপালে জনজাতিকৰণ ৷

কোটি কোটি নিবনুৱাই নেপালে সংস্থাপন,বজাৰত খাদ্য সামগ্ৰী আৰু নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷ এইয়াই মোদীজীৰ আৰ্শীবাদ বুলি মন্তব্য কৰে গান্ধীয়ে ৷
এনে প্ৰেক্ষাপটত বিজেপিৰ বিকল্প ৰূপে কংগ্ৰেছৰ পক্ষত ৰাইজে মতদান কৰক ৷ কথা দিলো কংগ্ৰেছে চাহ বাগিছাৰ শ্ৰমিকক চাৰিশ টকালৈ বৃদ্ধি কৰিব মজুৰি ৷ কোঁচ ৰাজবংশীৰ জনজাতিকৰণ কৰা হ’ব ৷ একেদৰে সকলো জাতি – জনগোষ্ঠীৰ কৰা হ’ব গণনা ৷
আনহাতে অসমত এতিয়া চলি আছে মাফিয়াৰ চৰকাৰ বুলি তিৰ্যক মন্তব্য কৰে ৷ সভা খনত এপিচিচিৰ সভাপতি ভূপেন বৰা,বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু ধুবুৰীৰ কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইন সহ বহু কেইজন কংগ্ৰেছ নেতা উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DHUBRIelection campaignLoksabha Election 2024piyanka GandhiPublic MeetingRakibul Hussain
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d