- চুক্তি অনুসৰি বিটিআৰত অন্তৰ্ভুক্ত নহ’ল বাবে টিএডিৰ চাৰি জিলাৰ জনজাতীয় গাঁও ।
- চুক্তি অনুসৰি বিগত আঠমাহে গঠন নহ’ল আয়োগ ।
- চুক্তি অনুসৰি ভাট্টা লাভ কৰা নাই এন ডি এফ বিৰ কেডাৰে ।
- এন ডি এফ বিৰ কেডাৰৰ পুনংসংস্থাপনক লৈ আজিও চলোৱা নহ’ল সমীক্ষা ।
- পুনৰ ডিভাইড আছাম ৫০-৫০ৰ দাবী উত্থাপনৰ শংকাত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪৯/২০২০ নম্বৰত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল নৰ্থ ইষ্ট হেৰিটেজ ফিউণ্ডেচনৰ ।
বিটিআৰ চুক্তি ৰূপায়ণ নোহোৱাক লৈ ক্ষোভ
-
By publisher
Related Content
Aap Assam Pressmeet:ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক প্ৰধানমন্ত্ৰীয়ে
By
publisher
May 2, 2024
GST Collection Has Set a Record:জিএছটি সংগ্ৰহে গঢ়িছে অভিলেখ !
By
publisher
May 2, 2024
Bank Robbery in Nagaon:নগাঁৱত দিন- দুপৰতে চাঞ্চল্যকৰ বেংক ডকাইতি !
By
publisher
May 2, 2024