প্ৰশান্ত ভূষণৰ ন্যায়ালয় অৱমাননা কৰাৰ জৰিমনাৰ মূল্য হ’লগৈ মাত্ৰ ১টকা

mcms 2

ন্যায়ালয় আৰু ন্যায়াধীশক অৱমাননা কৰাৰ অপৰাধত উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক ১ টকাৰ জৰিমনা বিহিছে  ৷ আনহাতে ১৫ ছেপ্টেম্বৰৰ ভিতৰত যদি প্ৰশান্ত ভূষণে জৰিমনা আদায় নিদিয়ে তেন্তে ৩ মাহলৈ কাৰাবাস হ’ব পাৰে । লগতে ৩ মাহ পৰ্যন্ত ন্যায়ালয়ত প্ৰেক্টিছ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে ন্যায়ালয়ে ৷

ইয়াৰ লগে লগে প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰি লয়। লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ১ টকা জৰিমনা আদায় দিয়ে প্ৰশান্ত ভূষণে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ তিনিটা মন্তব্য আছিল এনেধৰণৰ-

Exit mobile version