Breaking News

WhatsApp Image 2020 08 31 at 1.07.21 PM

■ কাৰ্বি আংলঙ আৰক্ষীৰ তৎপৰতাত আজি পুনৰ ড্ৰাগছ জব্দ কৰা হয়।

■ বোকাজানৰ ডিলাই আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ড্ৰাগছ ।

■ লগতে বৃহৎ পৰিমাণৰ নিচাযুক্ত হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।

■ প্রায় ৫৭২ গ্ৰাম ৩৩টা চাবোনৰ বাকচত উদ্ধাৰ হেৰ’ইন খিনি।

■ ডিলাই আৰক্ষীৰ তালাচীত AS25D6816 নম্বৰৰ এখন এখন টাটা ডি আইৰ পৰা উদ্ধাৰ ড্ৰাগছ খিনি।

■ গাড়ী খনৰ স্পেয়াৰ টায়াৰত ভৰাই আনিছিল ড্ৰাগছ খিনি।

■ ড্ৰাগছ খিনিৰ সৈতে আৰক্ষীয়ে আটক কৰিছে ধৃত কাচেম আলি আৰু সাদ্দাম হুছেইনক।

Exit mobile version