তলাবন্ধত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ ইংগিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Screenshot 35

কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত দিয়া তলাবন্ধৰ কাৰণে বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ ইংগিত দিয়ে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । আজি অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিবেশনত এই কথা সদৰী কৰি ড° শৰ্মাই কয় যে তলাবন্ধত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবৰ কাৰণে চৰকাৰে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে।

ADVERTISEMENT
Exit mobile version