বিগত২৪ ঘণ্টাত ৰাজ্যত ৩,৫৫৫ জন কৰ’নাত আক্রান্ত

3coronavirus 82

■ বিগত২৪ ঘণ্টাত ৰাজ্যত মুঠ ৪৭,৭৪৪টা ক’ভিড টেষ্টৰ ভিতৰত ৩,৫৫৫ জনৰ কৰ’না পজিটিভ ধৰা পৰে।
■ ৰাজ্যত সুস্থতাৰ হাৰ ৭.৪৪% ।
■ কামৰূপত ৯২৪, নগাঁওত ২৩৬, ডিব্ৰুগড়ত ২১৩ জন আৰু বাক্সাত ২০০ জন আক্ৰান্ত।
■ ৰাজ্যত মুঠ কৰ’নাত আক্রান্তৰ সংখ্যা ১,১৫,২৭৯ জন। ইয়াৰে ভিতৰত সুস্থ হৈ উঠিছে ৮৬,৮৯২ জন আৰু মৃত্যু হৈছে ৩২৩ জন। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ২৮,০৬১ জন।

Exit mobile version