- ‘The Rock’ হিচাপে পৰিচিত হলীউডৰ অভিনেতা Dwayne Johnson আৰু তেওঁৰ পৰিয়াল আক্ৰান্ত হৈছে ক’ভিড ১৯ ত ।
- Dwayne Johnsonৰ পত্নী ল’ৰেন আৰু তেওঁলোকৰ দুগৰাকী কন্যা টিনা আৰু জেছমিন আক্ৰান্ত হৈছে কৰ’নাত।
- লগতে Johnson য়ে জনায় সম্প্ৰতি তেওঁলোকৰ স্বাস্থ্য সুস্থিৰ।
- উল্লেখযোগ্য যে ক’ভিড১৯ ত আক্ৰান্ত হৈছে হলীউডৰ বহু ৰথী মহাৰথী ৷
হলীউডৰ অভিনেতা Dwayne Johnson কৰ’নাত আক্ৰান্ত
-
By publisher
- Categories: COVID-19, News
- Tags: Covid-19Dwayne JohnsonHollywood
Related Content
Aap Assam Pressmeet:ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰক প্ৰধানমন্ত্ৰীয়ে
By
publisher
May 2, 2024
GST Collection Has Set a Record:জিএছটি সংগ্ৰহে গঢ়িছে অভিলেখ !
By
publisher
May 2, 2024
Bank Robbery in Nagaon:নগাঁৱত দিন- দুপৰতে চাঞ্চল্যকৰ বেংক ডকাইতি !
By
publisher
May 2, 2024