মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ধৃত এক

WhatsApp Image 2020 09 06 at 8.22.39 PM

নুনমাটি আৰক্ষীৰ এটা বৃহৎ দলে দেওবাৰে চলোৱা এক অভিযানত ২৮ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে পূৱ জ্যোতিনগৰৰ নামঘৰৰ সমীপত ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাতে ড্ৰাগছসহ যুৱকজন আৰু AS-01-DQ-0827 নম্বৰৰ এখন স্কুটি জব্দ কৰে । ধৃত যুৱকজন নুনমাটিৰ দুই নম্বৰ নিজৰাপাৰ অঞ্চলৰ আৰিফ আমিন ওৰফে টিংকু বুলি আৰক্ষীয়ে সদৰী কৰিছে।

Exit mobile version