- সদৌ অসম ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে অসম পৰামৰ্শদাতা কমিটিৰ মুখ্য আহ্বায়কৰ দায়িত্ব অৰ্পন কৰে ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাক ।
- দলৰ পূৰ্ণাংগ সমিতি গঠনৰ সময়লৈকে দায়িত্বত থাকিব মুখ্য আহ্বায়কদ্বয়ে ।
- অসম প্ৰথম, সদায় আৰু চিৰদিন হ’ব প্ৰস্তাৱিত ৰাজনৈতিক দলৰ মূলমন্ত্ৰ ।
- অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰস্তাৱিত ৰাজনৈতিক দলৰ পূৰ্ণাংগ আহ্বায়ক সমিতি গঠন হ’ব ।
অসম পৰামৰ্শদাতা কমিটিৰ মুখ্য আহ্বায়ক হিচাপে ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাক দায়িত্ব অৰ্পন
-
By publisher
Related Content
Bijulee Bhawan Fire:মহানগৰীৰ পল্টন বজাৰস্থ বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড
By
publisher
May 3, 2024
Illegal Liquor Seized In Guwahati:মহানগৰীত অবৈধ বিলাতী সুৰা-চুলাই জব্দ,গ্ৰেপ্তাৰ ৯
By
publisher
May 3, 2024
Aap Press Release:বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া
By
publisher
May 3, 2024