কোৱাৰেন্টাইনৰ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ নিৰ্দেশনা

home quarentine 20200319035010

■ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নতুন নিৰ্দেশনা অনুসৰি অসমৰ পৰা বহিঃ ৰাজ্যলৈ গৈ ৯৬ ঘন্টাৰ ভিতৰত অসমলৈ ঘূৰি আহিলে ১০ দিনৰ কোৱাৰেন্টাইন মানি চলিব নালাগে ।
■ আনহাতে বহিঃৰাজ্যৰ পৰা অহা সকলো লোকে ৰেপিড এন্টিজেন টেষ্ট কৰিব লাগিব ।
■ এন্টিজেন টেষ্টত ফলাফল পজিটিভ আহিলে হোম আইশ্যেলেছনত থাকি চিকিৎসা কৰাৰ লগতে প্ৰট’কল অনুসৰি ক’ভিড কেয়াৰ চেন্টাৰ অথবা চিকিৎসালয়লৈ ভৰ্তি হ’ব লাগিব ।
■ ৰেপিড এন্টিজেন টেষ্টত ফলাফল নিগেটিভ আহিলে স্বাৱ টেষ্টৰ বাবে নমুনা RT-PCR লৈ পঠোৱা হ’ব । টেষ্টৰ ৰিজাল্ট নহালৈকে আইছ’লেচনত থাকিব লাগিব ।

Exit mobile version