Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মৃত্যুক যেন হাত বাউলি দি মাতে অভিশপ্ত কাকচাঙ জলপ্ৰপাতে

publisher by publisher
September 13, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
মৃত্যুক যেন হাত বাউলি দি মাতে অভিশপ্ত কাকচাঙ জলপ্ৰপাতে
2
SHARES
22
VIEWS
ShareShareShareShare

অভিশপ্ত হৈ পৰিছে কাৰ্বিআংলং জিলাৰ কাকচাং জলপ্ৰপাত । মৃত্যুক যেন এতিয়া হাত বাউলি দি মাতে অতি দুৰ্গম পাহাৰীয়া অঞ্চলত থকা এই জলপ্ৰপাতটোৱে । অৱসৰ বিনোদনৰ বাবে যোৱা জলপ্ৰপাতটোত দুৰ্ঘটনাত পতিত হৈ এতিয়ালৈকে বহুজনে কৰুণ মৃত্যুক আকোৱালি লৈছে । এনে ঘটনা সমূহৰ পাছত যোৱা ৬ ছেপ্তেম্বৰত মৃত্যুৱে যেন কাকচাঙলৈ হাত বাউলি দি মাতিছিল গোলাঘাট নগৰৰ প্ৰতিভাৱান দুই তেজাল যুৱকক ।

ADVERTISEMENT

FB IMG 1599978376656 IMG 20200913 WA0020K

RelatedPosts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

অৱশ্যে কাৰ্বি আংলং জিলাৰ কাকচাং জলপ্ৰপাতত যোৱা ৬ ছেপ্তেম্বৰত অকাল মৃত্যুক আকোৱালি লোৱা গোলাঘাট নগৰৰ সুদীপ বক্সী আৰু বিভাকৰ নাগ নামৰ দুই যুৱকৰ কৰুণ ঘটনাই ক্ৰমাৎ ৰহস্যৰ আৱৰ্তলৈ গতি কৰিছে । গোলাঘাট নগৰৰ টোকানী চাৰ্কোলৰ সমীপৰ ১৬ বছৰীয়া প্ৰয়াত সুদীপ বক্সীৰ দুৰ্ভগীয়া মাতৃ মন্দিৰা বক্সীয়ে উক্ত ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰয়াস কৰিছে ।

এই সন্দৰ্ভত তেওঁ দলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি প্ৰকৃত সত্য উদঘাটনৰ বাবে কাতৰ আহ্বান জনাইছে । একমাত্ৰ পুত্ৰ সুদীপক আকস্মিকভাৱে চিৰ দিনৰ বাবে হেৰুৱাই পৰিয়ালটোৱে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে । মাতৃ আৰু জ্যেষ্ঠ ভগ্নীয়ে ৰহস্যৰ গোন্ধ পাইছে ৬ ছেপ্তেম্বৰৰ ঘটনাৰ ।

উল্লেখ্য যে, যোৱা ৬ ছেপ্তেম্বৰত গোলাঘাট নগৰৰ সুমিত সৰকাৰ, ৰাজু ঘোষ, আয়ুস ধৰ, কোনাল দে, অভিষেক ঘোষ, সূভম পালসহ সুদীপ বক্সী আৰু প্ৰয়াত বিভাকৰ নাগ মটৰ চাইকেলেৰে কাৰ্বি আংলং জিলাৰ কাকচাং জলপ্ৰপাতলৈ গৈছিল যদিও অতি কৰুণভাৱে দলটোৰ সুদীপ, বিভাকৰৰ ঘূৰি আহিছিল নিঠৰ দেহহে । দুৰ্গম অঞ্চলটোত থকা কাকচাং জলপ্ৰপাত ৰাইজৰ বাবে বন্ধ কৰি ৰখা হৈছিল যদিও দলটো উক্ত দিনা উপস্থিত হোৱাৰ পাচত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো ।

জলপ্ৰপাতত গা ধুই থকা আৱস্থাত পানীৰ প্ৰৱল সোঁতে দুই যুৱকক উটুৱাই নিয়া বুলি দলটোত থকা যুৱকসকলে প্ৰকাশ কৰে । কিন্তু উক্ত দিনা এনে দুৰ্ঘটনাৰ বাবে পৰিয়ালক কোনো কথাই জনোৱা নাছিল লগত যোৱা যুৱকৰ দলটোৱে । ৭ ছেপ্তেম্বৰত এচ.ডি.আৰ.এফে কাকচাঙৰ নদীৰ বুকুৰ পৰা সুদীপ বক্সী(১৬) আৰু বিভাকৰ নাগ(১৯) ৰ মৃতদেহ উদ্ধাৰ কৰে ।

অৱশ্যে প্ৰয়াত সুদীপৰ পৰিয়ালে ই এক দুৰ্ঘটনা বুলি মানি ল’ব পৰা নাই । বুকু শুদা কৰি গুছি যোৱা একমাত্ৰ পুত্ৰৰ দুখত ভাগি পৰা দুৰ্ভগীয়া মাতৃয়ে আজি উচ্চ পৰ্যায়ৰ তদন্তৰে প্ৰকৃত সত্য উদঘাটন কৰাৰ আহ্বান জনায় । উল্লেখ্য যে, সুদীপ আৰু বিভাকৰ আছিল পৰিয়াল দুটাৰ একমাত্ৰ পুত্ৰ সন্তান ।

উল্লেখ্য যে, ৰাজ্যখনৰ ক্ৰিকেটৰ ক্ষেত্ৰখনত খুউব কম সময়ৰ ভিতৰতে দক্ষতাৰ পৰিচয় দি ১৭ আৰু ১৯ বছৰ অনুৰ্ধৰ ৰাজ্যিক ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল প্ৰয়াত বিভাকৰ নাগে । বিচিচিআই পৰ্যায়ৰ বহুকেইটা প্ৰশিক্ষণ শিবিৰত বিভাকৰ নাগে অংশগ্ৰহণ কৰাৰ উপৰি আগশাৰীৰ পেচাদাৰী প্ৰতিষ্ঠানত ক্ৰিকেটৰ বাবে আমন্ত্ৰণো লাভ কৰিছিল । এগৰাকী সুদক্ষ বলাৰ হিচাপে পাৰদৰ্শিতা লাভ কৰা বিভাকৰ নাগে অসমৰ হৈ ২০১৯-২০ বৰ্ষৰ কোচ বিহাৰ ট্ৰফীত অংশগ্ৰহণ কৰি ২০ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰ উপৰিও, বিভাকৰে বিশ্বখ্যাত MRF Pace Foundationলৈ প্ৰশিক্ষণৰ বাবেও আমন্ত্ৰণ লাভ কৰিছিল । অসম ক্ৰিকেট সন্থাৰ নিয়মীয়া খেলুৱৈৰূপে গোলাঘাটৰ যুৱকজনে স্থান দখল কৰিবলৈ সক্ষম হৈছিল । প্ৰয়াত সুদীপ বক্সীও আছিল প্ৰতিভাশালী আৰু সকলোৰে মাজত জনপ্ৰিয় । একমাত্ৰ পুত্ৰ সন্তানক লৈ অযুত সপোন দেখা দুৰ্ভগীয়া পৰিয়াল দুটাৰ নিমিষতে যেন ছাৰখাৰ হৈ পৰিল সকলো ।

প্ৰকৃততে যোৱা ৬ ছেপ্তেম্বৰত কি হৈছিল কাকচাঙত ? কি পৰিস্থিতিত কেনেদৰে প্ৰাণ দিবলগীয়া হ’ল সুদীপ,বিভাকৰে । সম্পূৰ্ণ আন্ধাৰত পৰিয়াল দুটা । সেয়েহে আজি এক সংবাদমেলযোগে প্ৰকৃত সত্য উদঘাটন কৰাৰ বাবে উপযুক্ত তদন্ত বিচাৰিছে প্ৰয়াত সুদীপ বক্সীৰ মাতৃ মন্দিৰা বক্সীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamDeathKakosang WaterfallKARBI ANGLONG
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d