- ২০১৮ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে সাজু অসম লোকসেৱা আয়োগ ।
- প্ৰশ্ন কাকত বিসংগতিৰ বাবে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈ মূল পৰীক্ষাত অৱতীৰ্ণ ১২ জন আৰু আদালতৰ নিৰ্দেশত মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা ৬৮ জনসহ মুঠ ৮০ জন প্ৰাৰ্থীৰ ফলাফল আজি উচ্চ ন্যায়ালয়লত দাখিল কৰে অসম লোকসেৱা আয়োগে ।
- অসম লোকসেৱা আয়োগে দাখিল কৰা আই এৰ পৰৱৰ্তী শুনানীৰ বাবে ২৩ ছেপ্তেম্বৰৰ দিনটো ধাৰ্য কৰে ।
- এমিকাছ কিউৰীকো ফলাফলৰ প্ৰতিলিপি দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ ।
- এমিকাছ কিউৰীৰ পৰা প্ৰতিবেদন বিচাৰিছে ন্যায়ালয়ে ।
এ পি এছ চিৰ প্ৰশ্ন কাকতত বিসংগতি
