Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

সাত বছৰ হ'ল অভি-নীল কাণ্ডৰ, আমি হতাশ হৈ পৰিছো: নীলোৎপলৰ পিতৃ, ভুক্তভোগী হৈয়েই চাগে জীৱনটো পাৰ কৰিব লাগিব: অভিজিতৰ পিতৃ

publisher by publisher
June 7, 2025
in Assam, News
Reading Time: 2 mins read
0
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg Case:ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ দ্বিতীয়টো শুনানি

Nagaon:অভি-নীল হত্যাকাণ্ডৰ আজিৰে পৰা আৰম্ভ তিনিদিনীয়া শুনানি নগাঁও আদালতত উপস্থিত অভি আৰু নিলোৎপলৰ পিতৃ

Abhineel Murder Incident:

সমগ্ৰ ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডই অহা আঠ জুনত সুদীর্ঘ সাত বছৰ অতিক্ৰম কৰিব। সভ্য সমাজক লজ্জানত কৰি দেশৰ প্ৰচলিত আইন ব্যৱস্থাক উপহাস কৰি বিগত ২০১৮ৰ আঠ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাবে হত্যা কৰিছিল গুৱাহাটীৰ দুই প্রকৃতিপ্রেমী তেজাল যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথক। অসংখ্য লোকৰ চকুৰ সম্মুখতে সংঘটিত এই হত্যাকাণ্ডই মাত্র দুটা আজি পর্যন্ত ভুক্তভোগীৰ পৰিয়ালে ন্যায়ৰ দিনৰ পাছতেই সাত বছৰ অতিক্ৰম কৰিব যদিও আশাতেই বন্দী হৈ থাকিবলগীয়া হৈছে।

ADVERTISEMENT

যাৰ ফলত ভুক্তভোগী পৰিয়াল দুটাৰ মাজত চৰম অসন্তোষে দেখা দিয়া পৰিলক্ষিত হৈছে। সেই বৰ্বৰ হত্যাকাণ্ডৰ পাছত সমগ্ৰ দেশতে জোকাৰণি উঠিছিল। হত্যাকাৰীক কঠোৰতকৈ কঠোৰতম শাস্তি বিহাৰ দাবীত ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সেই সময়ৰ চৰকাৰখনেও ৰাইজৰ প্ৰতিবাদৰ প্রকোপত অভি-নীল হত্যাকাণ্ডৰ বিচাৰ খৰতকীয়াকৈ কৰি প্ৰকৃত দোষীক কঠোৰ শাস্তি বিহাৰ প্ৰতিশ্রুতি দিছিল। সময় বাগৰিল। এবছৰ দুবছৰকৈ সাতটা বছৰ সম্পূৰ্ণ হ’বৰ হ’ল। কিন্তু অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াটোৱেই আজি পর্যন্ত নহ’ল। ঘটনাটোও যেন ৰাইজৰ মানসপটৰ পৰা মচ খাই যোৱাৰ উপক্রম হ’ল।

অভি-নীল হত্যাকাণ্ডৰ নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত ইতিমধ্যে চলি থকা মোকদমাটোৰ শুকুৰবাৰে শুনানিৰ তাৰিখ আছিল। আদালতত গোচৰটোৰ আচামীৰ মন্তব্য গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা আছিল। আদালতে নিৰ্ধাৰণ কৰি দিয়া গোচৰটোৰ তাৰিখ মর্মেই পুৱাতে আদালতত উপস্থিত হয়হি চৰকাৰী অধিবক্তাসহ অভি-নীলৰ পিতৃদ্বয় গোপাল চন্দ্র দাস আৰু অজিত নাথ।

কিন্তু বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰিলে আচামী পক্ষৰ অধিবক্তা। সুদীর্ঘ সাত বছৰে ন্যায়ৰ আশাত আইনী যুঁজত অৱতীৰ্ণ হোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথৰ দুৰ্ভগীয়া পিতৃদ্বয় গোপাল চন্দ্ৰ দাস আৰু অজিত কুমাৰ নাথক আজি নগাঁও আদালত চৌহদত যথেষ্ট হতাশাগ্রস্ত অৱস্থাত দেখা যায়। অভি-নীল হত্যাকাণ্ডৰ মোকদৰ্মাৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি খেদ প্ৰকাশ কৰি নীলোৎপল দাসৰ দুৰ্ভগীয়া পিতৃ গোপাল চন্দ্র দাসে আজি আদালত চৌহদত সাংবাদিকৰ আগত কয়, ‘আজি সাত বছৰেই হ’ল।

সাত বছৰে আমি ভাবিছিলো অন্ততঃ তিনি-চাৰি বছৰৰ ভিতৰতে আমাৰ মোকদমাটোৰ এটা সুফল পাম। যেনেকৈ যোৰহাটৰ চিকিৎসক ডাঃ দত্তৰ হত্যাৰ গোচৰটোৰ এক-ডেৰ বছৰৰ ভিতৰতে শুনানি হ’ল ৰায়দানো হ’ল। কৰ’না কালৰ ভিতৰতে হ’ল। কিন্তু আমাৰ গোচৰটো তাৰ আগতে আৰম্ভ হৈয়ো ইমান দিনে চলিয়েই আছে। কেতিয়া শেষ হ’ব তাৰ কোনো নিশ্চয়তা নাই। আজি সাত বছৰ হৈ গ’ল আৰু হয়তো দুই বছৰে চলিব পাৰে বা হয়তো বেছি যাব পাৰে। আমাৰ মোকদমাটো সাধাৰণ মোকদমাৰ শাৰীত পৰিছে। কিয় এনে হৈছে নাজানো।’

ফাষ্ট ট্রেক আদালতৰ গোচৰ হৈয়ো অতি লেহেমীয়া গতিত অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰটো চলি থকা বুলি আক্ষেপ ব্যক্ত কৰি নীলোৎপলৰ দুৰ্ভগীয়া পিতৃ দাসে লগতে কয়, ‘যিমান ঘনাই এটা ফাষ্ট ট্রেক আদালতৰ তাৰিখ পেলাব লাগিছিল সেয়া হোৱা নাই। এই মোকদমাৰ ক্ষেত্ৰ ফাষ্ট ট্রেক আদালতৰ চৰিত্ৰতো পৰিলক্ষিত হোৱা নাই। আমি দুখিত। আমি হতাশ হৈছো। কিয় এনেকুৱা হৈছে নাজানো। বর্তমান অৱস্থাত গোচৰটো যেনেকৈ চলি আছে, এই অৱস্থাতো আগতে নাছিল। আজি ডেৰ বছৰে আমি যিটো দেখিছো মূল মোকদমাতো ক’ৰবাতে থাকিল। খালী জুভেইনাল জুভেইনাল বুলি কৈ ডেৰটা বছৰ পাৰ হৈ গ’ল। তথাপি জুভেইনাল মোকদমাটো শেষেই হোৱা নাই। আজি আমাৰ অধিবক্তাই আদালতক অনুৰোধ জনাইছে মূল মোকদমাটো আগবঢ়াই নিবলৈ।’

এতিয়াও ধাৰা ৩১৩ৰ অধীনত আচামীৰ ভাষ্য গ্রহণ কৰা হোৱা নাই বুলি খেদ প্রকাশ কৰি দাসে কয়, ‘যোৱাবাৰ শুনানিৰ তাৰিখতে আমাক কোৱা হৈছিল এই তাৰিখত আচামীৰ ধাৰা ৩১৩ৰ অধীনত ষ্টেটমেন্ট লোৱা হ’ব বুলি। এইবাৰ বিপক্ষৰ অধিবক্তা আদালতত উপস্থিত নাছিল। এক জুলাইত আমাৰ মোকদমাৰ পুনৰ তাৰিখ পাৰিছে। অহা তাৰিখৰ পৰা যিকোনো কাৰণতে নহওক মূল মোকদমাটো ধাৰা ৩১৩ৰ অধীনত আচামীসকলৰ ভাষ্য গ্রহণ কৰিব লাগে বুলি আমাৰ অধিবক্তাই আদালতত আবেদন জনাইছে।’

ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও গোচৰটোৰ খৰতকীয়া বিচাৰ সম্পন্ন কৰি ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদানৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই বুলি আক্ষেপ প্রকাশ কৰি গোচৰটোৰ লেহেমীয়া প্ৰক্ৰিয়া দূৰ কৰিবলৈ সংশ্লিষ্ট পক্ষসমূহক দাসে আবেদন জনায়।

আনহাতে, অভিজিৎ নাথৰ দুৰ্ভগীয়া পিতৃ অজিত কুমাৰ নাথে কয়, ‘কি ক’ম, গোচৰটো আমাৰ পক্ষে যোৱা নাই। অভি-নীল হত্যাকাণ্ডৰ সাত বছৰ অতিক্ৰম কৰিবলৈ মাজত মাথোঁ দুটা দিন আছে। ২০১৮ৰ আঠ জুনত আমি ল’ৰা দুটাক হেৰুৱাইছিলো। এই সাত বছৰে শুনানি পর্যায়, সাক্ষীসকলৰ সাক্ষীদানৰ শুনানিবোৰহে সম্পন্ন হ’ল। তাৰ পাছত এক-ডেৰ বছৰ ধৰি জুভেইনাল গোচৰ লৈয়েই সময় অতিবাহিত হ’ল। ধাৰা ৩১৩ৰ অধীনত আচামীৰ সোধা-পোছাও নহ’ল।

অজি পুনৰ নতুনকৈ তাৰিখ দিছে, এক জুলাই।’ অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি অভিযোগ তুলি অজিত নাথে আক্ষেপেৰে কয়, ‘উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মর্মে আমাৰ গোচৰটো ফাষ্ট ট্রেক আদালতত চলিব লাগিছিল। মাহেকত কমেও চাৰি-পাঁচটাকৈ শুনানিৰ তাৰিখ পৰিব লাগিছিল। এতিয়া এমাহত এটাও তাৰিখ নপৰে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abhineel Murder Incidentfirst Track CourtHearing Slow
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d