Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

    Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 কলিয়াবৰৰ কুঠৰী, অসমৰ প্ৰথমখন ’ষ্ট্ৰীট লাইট’ জ্বলা গাঁও

publisher by publisher
September 15, 2020
in Assam, News
Reading Time: 1 min read
0
 কলিয়াবৰৰ কুঠৰী, অসমৰ প্ৰথমখন ’ষ্ট্ৰীট লাইট’ জ্বলা গাঁও
12
SHARES
123
VIEWS
ShareShareShareShare

অসম তথা উত্তৰ-পূৱ ভাৰতৰে নহয়, হয়তো সমগ্ৰ দেশৰ ভিতৰতে ’ষ্ট্ৰীট লাইট’ৰ পোহৰৰে চৌপাশ আলোকিত হৈছিল গাঁওখনৰ ৷ পাহাৰ চূড়াৰ খৰস্ৰোতা জুৰিত ক্ৰংক্ৰিটৰ বান্ধ সাজি আজিৰ পৰা ৬০ বছৰৰ পূৰ্বেই পঞ্চাশৰ দশকতে নামনিত টাৰ্বাইন ঘূৰাই বিজুলী উৎপাদন কৰিছিল গাঁওখনৰ এগৰাকী মানুহে ৷ মানুহজনৰ নাম চন্দ্ৰ ফুকন ৷ গাঁওখনৰ নাম কলিয়াবৰৰ কুঠৰী ৷

ADVERTISEMENT

নগাঁও জিলাৰ পূৱ সীমান্তৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এইখন কুঠৰীতেই একালত কাৰ্বিপাহাৰৰ খৰস্ৰোতা জুৰিত বান্ধ সাজি বিজুলী উৎপাদনৰে এক যুগান্তকাৰী খোজ দিছিল এদল মানুহে ৷ নেতৃত্বত আছিল তেতিয়াৰ কুঠৰীৰ সিংহপুৰুষ শিল্পপ্ৰাণ চন্দ্ৰ ফুকন ৷

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

নগাঁও-কাৰ্বিআংলং সীমান্তৰ বাগৰিৰ পৰা কাৰ্বিপাহাৰৰ দিশলৈ উঠি গৈ দেখা পোৱা বৰ্তমানৰ ভালুকজুৰি নামৰ পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰা জলপ্ৰপাতটোৰ লগতে ইয়াৰ ওপৰ অংশৰ পাহাৰ চূড়াত থকা পঞ্চাশৰ দশকতে থলুৱা প্ৰযুক্তি আৰু বিজ্ঞানৰ সংমিশ্ৰিত কাৰিকৰী বিদ্যাৰে সজা ডামটোৰ লগতে পকাৰ খুটাৰে পাহাৰৰ পৰা বৃহৎ বৃহৎ লোহাৰ নলী সংযোগ কৰি নামনিলৈ পানী বোৱাই আনি এটা ডাঠ শিলৰ বেৰেৰে নিৰ্মিত ঘৰটোৱে সোঁৱৰাই তাহানিৰ সেই স্বৰ্ণময় যুগৰ কথা ৷

DSC 0893 1

ভালুকজুৰিৰ স্থানীয় কাৰ্বি নাম ’খক্-ভাম-লাংচু’ ৷ কাৰ্বিভাষাত ’খক্-ভাম্’ মানে ভালুক আৰু লাংচু মানে জুৰি ৷ একালত এই পাহাৰখণ্ডত বহুসংখ্যক ভালুক থকাৰ বাবেই ঠাইখণ্ডৰ লগতে জলপ্ৰপাতৰ নামো হ’ল ভালুকজুৰি ৷ এই ভালুকজুৰি পাহাৰৰ নামনিত শিলৰ ডাঠ বেৰৰে সজা ঘৰটোৰ ভিতৰত টাৰ্বাইন ঘূৰাই উৎপাদন কৰা হৈছিল বিজুলী ৷ সেই বিজুলীৰেই চলিছিল কিছু সৰু-বৰ উদ্যোগ, পথত জ্বলিছিল ’ষ্ট্ৰীট লাইট’ ৷

শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ হাতৰ পৰশত প্ৰাণ পোৱা সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ হেপাঁহৰ ঠাই এই কুঠৰী । যি ঠাইৰ পৰা সুধাকন্ঠই বিশ্ববাসীক উপহাৰ দি গৈছে বহুকেইটা চিৰ-জুগমীয়া গীত । এই কুঠৰীৰ সেউজ প্ৰকৃতিৰ লগত একাত্ম হৈ চন্দ্ৰ ফুকনে অকল সাংস্কৃতিক শিল্পই সৃষ্টি কৰা নাছিল, সৃষ্টি কৰিছিল আন এক শিল্পৰ ৷ এই সৃষ্টি আছিল ঔদ্যোগিক, অৰ্থনৈতিক ।

DSC 0876

কলিয়াবৰৰ কুঠৰীৰ সমীপৱৰ্তী বাগৰি নামৰ সৰু ঠাইখণ্ডৰ গাতে লাগি আছে ভালুকজুৰি নামৰ এখনি সুন্দৰ ঠাই আছে, য’ত লুকাই আছে পৰ্যটনৰো বহু সম্ভাৱনীয়তা । ভালুকজুৰি এখনি মনোমোহা ঠাই । কাৰ্বিপাহাৰৰ সুউচ্চ পাহাৰচুড়াৰ পৰা থিয় কৈ নামি আহিছে এটা খৰস্ৰোতা জলপ্ৰপাত, মালভূমিত এখন সেউজ চাহ বাগিছা আৰু পানীৰ সুতিটোৱে সমতলত একা-বেকাকৈ গতি কৰাৰ মূহূৰ্ততে স্থানীয় লোকে সাজি লৈছে এখনি শিৱ উপাসনাৰ স্থলী। সমতলৰ জুৰিটোৰ দক্ষিণত থকা তিলাটোৰ ওপৰত আছে পকী ১৫x১২ ফুট আয়ত্তৰ এটা পৰিত্যক্ত পকীঘৰ ৷

সাধাৰণ দৃষ্টিত আজি পৰিত্যক্ত সেই ঘৰটোতেই একালত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনে ৰচনা কৰিছিল এক ঔদ্যোগিক শিল্পৰ । উল্লেখ্য যে এই ভালুকজুৰিৰ পাহাৰটো ভৌগোলিক ভাৱে কাৰ্বি-আংলং জিলাৰ অন্তৰ্গত। কিন্তু সুচল পথ আছে কলিয়াবৰৰ বাগৰিৰ পৰাহে ৷

১৯৬০ত ভালুকজুৰিৰ সেই খৰস্ৰোতা জুৰিটোৰ পৰা ধাতুৰ নলীৰে কোবাল পানীৰ সোতটোক এই পৰিত্যক্ত ঘৰটোৰ মজিয়াৰ তলত স্হাপন কৰা দুটা কোঠালিত সংগ্ৰহ তথা জমা কৰি পানীৰ সেই দুই ধাৰাৰ লগত মজিয়াৰ সোঁ মাজত স্হাপন কৰা হৈছিল দুটাকৈ টাৰ্বাইন ৷ পানীৰ কোবাল সোঁতে টাৰ্বাইন ঘূৰাই জল-শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিছিল । আৰু ১৯৬৩-৬৪ ত সেই বিদ্যুত শক্তিৰে কুঠৰি অঞ্চলতত ‘ষ্ট্ৰীট লাইট’ জ্বলিছিল ।

বৰ্তমানৰ কুঠৰী তিনি আলিত শালকাঠৰ খুটাত লাগি থকা টিউব লাইটৰ খোলাকেইটা এতিয়াও ইয়াৰ এক জীৱন্ত সাক্ষী হৈ আছে। এইগৰাকী শিল্পপ্ৰাণে অৰ্থনৈতিক বিপ্লৱৰো সূচনা কৰিছিল সেই সময়তে ৷ বৰ্তমানৰ কুঠৰীৰ সমীপৰ ন-বস্তি এলেকাৰ বিশাল অংশত গঢ়ি তুলিছিল আনাৰসৰ বাগান, গঢ়ি তুলিছিল এক উদ্যোগ ৷ তাত তেওঁ প্ৰস্ত্তত কৰা জাম-জেলি তেতিয়াই কলিকতালৈও আমদানি হৈছিল ৷

অকল কলকাতাই নহয়, ফ্ৰান্স, ৰাছিয়া আদি দেশলৈয়ো ৰপ্তানি হৈছিল এই উদ্যোগত তৈয়াৰী সামগ্ৰী ৷ ইয়াৰোপৰি তেওঁ মৎস্য উৎপাদন, হাঁহ-কুকুৰা উৎপাদনো কৰিছিল । যাৰ দ্বাৰা উপকৃত হৈছিল বহুসংখ্যক স্থানীয় লোক৷ এইগৰাকী চন্দ্ৰ ফুকনৰ ঘৰত তেতিয়াই ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদকে প্ৰমুখ্য কৰি হেম বৰুৱা, সুধাকন্ঠ ভূপেন হাজৰিকা লৈকে সকলোৱে পদাৰ্পণ কৰিছিল ।

তেতিয়াৰ ঐতিহাসিক সম্পদবোৰ ঘৰখনত এতিয়াও সিঁচৰিত হৈ আছে৷ এতিয়া অৱশ্যে অসম চৰকাৰৰ পৰ্যটন বিভাগে চন্দ্ৰ ফুকনৰ কুঠৰী তিনিআলিৰ গাতে লাগি থকা গৃহ চৌহদটোত কেইটামান পৰ্যটকৰ বাবে আবাস নিৰ্মাণ কৰি আছে আৰু প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ৷ শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ জন্ম হৈছিল ২৭ আগষ্ট ১৯০৯ত৷ আৰু মৃত্যু ২৭ আগষ্ট ১৯৭১ত । পিয়লি ফুকন নাটকৰ স্ৰষ্টা আৰু নাম ভূমিকাত অভিনয়েৰে পিয়লি ফুকনক অসমীয়া মনত চিৰ শ্বাশ্বত ৰূপত প্ৰতিষ্ঠা কৰোৱা এইগৰাকী ব্যক্তিয়ে ১৯৪৯ত “পাৰঘাট” কথাছবিৰ নায়কৰ ভূমিকাতো অভিনয় কৰিছিল ।

১৯৫১ত “বিপ্লৱী ” বোলছবিৰ নায়কৰ ভূমিকাত অভিনয় কৰাৰ লগতে তেতিয়াই কলিকতাত কথাছবিৰ শ্বুটিং চাই তবধ মানিছিল সত্যজিৎ ৰায়ৰ দৰে পৰিচালকেও । তেওঁৰ একমাত্ৰ কাব্য গ্ৰন্থ ‘চন্দ্ৰ মল্লিকা’ ৷ ১৯৬৩-৬৪ ত ভালুকজুৰি জলপ্ৰপাতত বান্ধ নিৰ্মাণ কৰি ক্ষুদ্ৰ ‘হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট’ কৰি তেওঁ খাদ্য সংৰক্ষণ কাৰখানা ‘দ্যা গ্ৰীণ ভিউ প্ৰজেক্ট ত বিজুলি সংযোগৰ লগতে কুঠৰীক পদপথ বন্তিৰে পোহৰাই তুলিছিল ।

কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ অনাৰ্চ গ্ৰেজুৱেট ফুকনে চৰকাৰী চাকৰি নকৰি ১৯৩৬ত সাধাৰণ মৌজা এটাৰ মৌজাদাৰ ৰূপে কাৰ্য কৰে ৷ য’ত তেওঁ দুখীয়া খেতিয়কৰ পৰা খাজনা উঠোৱাৰ পৰিৱৰ্তে কৃষসকলক সহায় কৰিছিল আৰু ব্ৰিটিচ চৰকাৰৰ পৰা ধমক খাব লগাও হৈছিল । দুখীয়া লোকেৰে পৰিপূৰ্ণ অঞ্চলটোত ভালেসংখ্যক বিদ্যালয় স্থাপন কৰিছিল এইগৰাকী প্ৰবাদ পুৰুষৰূপী ফুকনে ৷ এতিয়া বহু সমলসমৃদ্ধ এই ঠাইখন দেশী বিদেশী পৰ্যটকৰো ৰম্যপুৰী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNagaon
publisher

publisher

Related Posts

ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ
News

March 12, 2026
Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক
Crime

Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক

March 12, 2026
বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 
Entertainment

বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

March 12, 2026
Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ
National

Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

March 12, 2026
যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই
News

যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

March 12, 2026
আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়
News

আমেৰিকাৰ ৰেহাই, ৰাছিয়াৰ তেললৈ ভাৰতৰ ডাঙৰ পদক্ষেপ—৩০ মিলিয়ন ব্যাৰেল ক্ৰুড ক্ৰয়

March 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d