গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰহস্যজনক অৱস্থাত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ : তদন্ত অব্যাহত

WhatsApp Image 2020 09 15 at 4.49.02 PM

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত MBBS চূড়ান্ত বৰ্ষৰ এজন ছাত্ৰই ছাদৰ পৰা জপিয়াই আত্মহত্যা কৰে । মাহুৰৰ নিমচিং পানমেইক নামৰ ছাত্ৰজন আছিল GMCৰ চাৰি নম্বৰ আৱাসত ৷

আনহাতে ছাত্ৰজন কে’বাবাৰো পৰীক্ষাত অসফল হৈছিল । সম্প্ৰতি এয়া হত্যা নে আত্মহত্যা সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version