মাস্কো পৰিধান কৰক, সংগীতো শুনক

996e9975dc

কৰ’না মহামাৰীৰ সময়তে মাস্ক পৰিধান কৰাৰ লগতে সংগীত শুনিব পৰাকৈ এখন মাস্ক তৈয়াৰ কৰিছে Ivan Fischer য়ে । বুদাপেষ্টত যেতিয়া Ivanয়ে চাৰিওফালে মাস্ক দেখিছিল তেতিয়াই Fischerয়ে কৰ’না মহামাৰীত সময়ত মাস্ক পৰিধান কৰিও যাতে সংগীত শুনিব পাৰে তাৰ পৰিপ্ৰেক্ষিতত মাস্ক প্ৰস্তুত কৰিবলৈ চিন্তা কৰিছিল ৷

Fischer য়ে সংগীত শুনিবৰ কাৰণে মাস্ক খনৰ লগত সংযোগ হোৱাকৈ দুটা প্লাষ্টিকৰ কাপক কানত পিন্ধিব পৰাকৈ ডিজাইন কৰা হৈছে ৷ Fischerৰে ডিজাইন কৰা এই সংগীত সংযোগী মাস্কে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷ তেওঁৰ অৰ্কেষ্ট্ৰা ৱেবছাইটৰ মাধ্যমৰে অৰ্ডাৰ দিব পৰা এই মাস্কৰ মূল্য ৮০০০ ডলাৰ ৷ এই মাস্কখনৰ সন্দৰ্ভত এখন লোকৰ মন্তব্য যে সংগীতৰ লগতে এই মাস্ক সচাকৈয়ে অতুলনীয়  ৷

Exit mobile version