ছেবাৰ সহকাৰী সচিব হেমন্ত ডেকাক গ্ৰেপ্তাৰ

seba

■ ছেবাৰ সহকাৰী সচিব হেমন্ত ডেকাক আজি গ্ৰেপ্তাৰ কৰা হয়।
■ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰে ডেকা ।
■ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই পূৰ্বৰে পৰা খাপ পিটি থকাৰ পাছত উৎকোচ লোৱাৰ সময়ত হাতে লোটে ধৰা পেলায় ডেকাক ।

Exit mobile version