কৃষি বিলৰ প্ৰতিবাদত পদত্যাগ হৰসিম্ৰত কৌৰ বাদলৰ

harsimrat kaur badal pti

■ শিৰোমণি আকালী দলৰ নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী হৰসিম্ৰত বাদলৰ পদত্যাগ।
■ বিজেপিৰ স’তে মিত্ৰজোঁটত থকা আকালী দলৰ নেত্ৰীগৰাকীয়ে বিজেপিয়ে গৃহীত কৰা পদক্ষেপৰ বিৰোধিতা কৰি পদত্যাগ কৰে ।
■ তিনিটা অধ্যাদেশৰ বিৰোধিতা কৰি পদত্যাগ কৰিছিল হৰসিম্ৰতে – The Farmers Produce Trade and Commerce (Promotion and Facilitation) Ordinance, 2020, The Farmers (Empowerment and Protection) Agreement আৰু The Essential Commodities (Amendment) Ordinance, 2020 ।
■ শুক্ৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে হৰসিম্ৰত কৌৰৰ পদত্যাগ স্বীকাৰ কৰে।
■ আনহাতে, ৰাষ্ট্ৰপতিয়ে কেবিনেট মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰক খাদ্য প্ৰসংস্কৰন উদ্যোগ মন্ত্ৰালয় বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পন কৰে ।

Exit mobile version