Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

WhatsApp Could Soon Be Banned In India:শীৰ্ঘেই ভাৰতত নিষিদ্ধ হ’ব পাৰে হোৱাটচআপ (WhatsApp) !

দিল্লী উচ্চ ন্যায়ালয়ক সতর্কবাণী দিলে হোৱাটচআপ-এ

publisher by publisher
April 27, 2024
in India, News
Reading Time: 1 min read
0
WhatsApp Could Soon Be Banned In India:শীৰ্ঘেই ভাৰতত নিষিদ্ধ হ’ব পাৰে হোৱাটচআপ (WhatsApp) !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

মেটাত পুনৰ হেজাৰ হেজাৰ কৰ্মচাৰী ছাটাইৰ আশংকা

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

WhatsApp Could Soon Be Banned In India:

আপুনি ব্যৱহাৰ কৰি থকা হোৱাটচআপ শীৰ্ঘেই ভাৰতত হ’ব পাৰে নিষিদ্ধ ৷ ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ক এই কথা সদৰি কৰিছে হোৱাটচআপ(WhatsApp) এ।
উল্লেখ্য যে, মেটাৰ কোম্পানীয়ে দিল্লী উচ্চ ন্যায়ালয়ত চলি থকা এটা গোচৰৰ শুনানিত অংশ লৈ হোৱাটআপে তেওঁলোকৰ সিদ্ধান্তৰ কথা আদালতত জনায় ।

ADVERTISEMENT

মনকৰিবলগীয়া যে,ভাৰতৰ প্ৰচলিত তথ্য প্রযুক্তি আইন অনুসৰি, ভাৰতত নিৰাপত্তাজনিত কেতবোৰ কাৰণৰ বাবেই হোৱাটচআপৰ লগতে বহু মেছেজিং এপসমূহৰ চাট ডাটাত প্ৰৱেশ কৰিবলগীয়া হয় কিন্তু এও-টু-এও এনক্রিপচনৰ দ্বাৰা সেয়া সম্ভৱ নহয়। সেইবাবেই দিল্লী উচ্চ ন্যায়ালয়ে এই সকলোবোৰ মেছেজিং এপৰ এনক্রিপচন বাতিল কৰাৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত হোৱাটচআপৰ মতামত জানিব বিচাৰিছিল।

ইয়াৰ পাছতে মেটা কোম্পানীটোৰ অধিবক্তাই আদালতক কয় যে , ‘যদি কোনো কাৰণত ভাৰতত হোৱাটচআপৰ এণ্ড টু এন্ড এনক্রিপচন বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে কোম্পানীয়ে ভাৰতৰ পৰা তেওঁলোকৰ হোৱাটচআপ সেৱা বন্ধ কৰিবলৈ বাধ্য হ’ব। অৰ্থাৎ ভাৰতৰ পৰা বিদায় ল’ব হোৱাটচআপ-এ ৷
এনেক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰি থকা বহু জনপ্ৰিয় এপ ‘হোৱাটচআপ’ ভাৰতৰ পৰা নোহোৱা হৈ পৰিব পাৰে ৷

মনকৰিবলগীয়া যে, ভাৰত সহ বিশ্বৰ বহু দেশৰ কোটি কোটি লোকে নিৰাপত্তাজনিত কাৰণত ব্যৱহাৰ কৰি আহিছে হোৱাটচআপ ৷ আনহাতে ভাৰতত এই এপৰ ব্যৱহাৰীৰ সংখ্যা ৪০ কোটিৰ বিপৰীতে বিশ্বত এই ব্যৱহাৰকাৰীৰ সংখ্যা প্রায় ১৫ বিলিয়ন ৷
এনেবোৰ কাৰণতে মেটা কোম্পানীয়ে ভাৰত সহ বিশ্বত এই এপ বাহাল ৰাখিছে যদিও ভাৰতত এই এপ আগন্তুক দিনত থাকে নে নেথাকে ৷ সেইয়া নিৰ্ভৰ কৰিব হোৱাটচআপ স্বতাধিকাৰ কোম্পানী ‘মেটা’ৰ ওপৰত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bannedDelhi High CourtMetaWhatsapp
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d