অসম আৰক্ষীৰ সফল অভিযান

WhatsApp Image 2020 09 20 at 12.19.00 PM

■ যোৱা নিশা অসম আৰক্ষীয়ে ৰূপক দত্তৰ ঘৰত অভিযান চলাই পিষ্টলসহ কে’বাটাও মেগজিন জব্দ কৰে।
■ লোকজনৰ বয়স ৪৩ বছৰ ।
■ লিচুবাৰীৰ ন-আলি পুবেৰুণ পথত অৱস্থিত লোকজনৰ ঘৰৰ পৰা জব্দ কৰে এই আপত্তিজনক অস্ত্ৰসমূহ ।
■ এটা নাইন এমএম পিষ্টল, নাইন এম এম পিষ্টল মেগজিন, নাইন এমএম এএমএম ফাইভ আৰডিএছ, ২২ পিষ্টল, ২২ পিষ্টল মেগজিন আৰু ২২ এএমএম ৫০আৰডিএছ জব্দ কৰে অসম আৰক্ষীয়ে ।

Exit mobile version