Assam Covid Update #ৰাজ্যত পুনৰ ১২২৭ জন লোক কৰ’নাত আক্ৰান্ত

62ac8e88 7815 4f38 9dc9 a8ab117221bd

ৰাজ্যত পুনৰ ১২২৭ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷

ইয়াৰে কামৰূপ মে’ট্ৰ’ৰ ৩২৭ জন আৰু যোৰহাটৰ ১১৪ জন ৷

ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৫৬৬৮০ জনলৈ ৷

সুস্থ হৈছে ১২,৫৫৪০ জন

চিকিৎসাধীন হৈ আছে ৩০,৫৭৫ জন আৰু মৃত্যু হৈছে ৫৬২ জন ।

 

Exit mobile version