খেৰণি বন বিভাগৰ সফল অভিযান

Screenshot 125

বৰ্তমানেও অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ  দূৰ্গম অঞ্চলত চোৰাং কাঠৰ বেহা আৰু অবাধ বন ধ্বংসৰ যজ্ঞলীলা নিয়ন্ত্ৰণহীনভাৱে চলি আছে ।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জেৰিকীন্দেঙৰ মুজেম গাওঁত খেৰণি বন বিভাগে নিশা অভিযান চলাই চোৰাং কাঠৰ কুণ্ডাসহ জব্দ কৰে এখন ট্ৰাক ।

কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ চোৰাং কাঠৰ কুণ্ডা সৰবৰাহ কৰি থকা অৱস্থাত জব্দ হয় এম এল ০৪-৯৮৮৪ নম্বৰৰ কুণ্ডাভৰ্তি ট্ৰাকখন ।

Exit mobile version