Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Egg-Laying Fish Are Being Sold in Markets:নিষেধাজ্ঞা সত্ত্বেও ৰাজ্যত বজাৰে বজাৰে বিক্ৰী হৈ আছে কণীযুক্ত মাছ

ব্যাপক হাৰত উলংঘন মীন আইন, বিলুপ্তিৰ দিশে ২০বিধৰ অধিক থলুৱা প্ৰজাতিৰ মাছ

publisher by publisher
April 30, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Egg-Laying Fish Are Being Sold in Markets:নিষেধাজ্ঞা সত্ত্বেও ৰাজ্যত বজাৰে বজাৰে বিক্ৰী হৈ আছে কণীযুক্ত মাছ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Egg-Laying Fish Are Being Sold in Markets:

ৰাজ্যজুৰি ব্যাপক হাৰত উলংঘা হৈছে মীন আইন। মীন বিভাগৰ অদক্ষতা, ৰাইজৰ মাজত মীন আইন সন্দর্ভত সচেতনতা সৃষ্টিত বিভাগৰ ব্যৰ্থতা, মীনপালক সকলৰ মীন আইন সন্দর্ভত অজ্ঞতা আদিৰ পৰিপ্ৰেক্ষিতত মীন আইন ধোঁৱাচাঙত উঠিছে। এসময়ত বিভিন্ন প্ৰজাতিৰ থলুৱা প্ৰজাতিৰ মাছেৰে উভৈনদী নগাঁও জিলাত ক্রমাং নাইকিয়া হ’বলৈ ধৰিছে কমেও ২০বিধ থলুক্স প্রজাতির মাছ। সেয়েহে তাহানিৰ
কুঁহিপাঠৰ বিখ্যাত পদ্য ‘নাৰ বাত পাত মাছ আৰু এটা কাছ! বাৰ টকাত কিনি আনি কিয় বাৰু নাচ! এতিয়া সাধুকথাতহে পৰিণত হ’ল।

ADVERTISEMENT

জিলাখনত থলুৱা প্ৰজাতিৰ মাছ ক্রমান্বয়ে নিঃশেষ হ’বলৈ ধৰাত দুষ্প্রাপ্য হৈ পৰা প্রতিবিধ থলুৱা মাছৰ মূল্য দিনক দিনে আকাশলংঘী হৈ পৰিছে। নগাঁও জিলাত ৩৫ বিধৰো অধিক হুলুবা প্ৰজাতিৰ মাছ উভৈনদী আছিল। কাৱৈ, গৰৈ , চেঙেলী, নাৰ, বাত, পাভ, পুঠি, খলিহনা, মোৱা, কান্ধুলি, দৰিকণা, শিঙি, মাগুৰ, ভেচেলী, শিঙৰা ,তোৰা, ককিলা, চন্দা, ঢোলবাই, গেঠু, এলেভী, কুহি, ভাঙোন, ৰৌ, মিৰিকা, গেদগেদী, বলিয়ৰা, কলিয়াজাৰ, ভকুৱা, খৰিয়া, বামী, চেলকণা, ঘৰীয়া, শ’ল, শাল, পিঠিয়া প্রমুখ্যে থলুৱা প্রজাতিৰ মাছ উভৈনদী আছিল।

কিন্তু মীন বিভাগে এই থলুৱা প্ৰজাতিৰ মাছসমূহৰ সংৰক্ষণত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত একাংশ লোকে অতি ঘন জাল আনকি আঁঠুৱা জালেৰে মাছে কণী পৰাৰ সময়তে মাছসমূহ অবাধে ধৰি থকাৰ পৰিপ্ৰেক্ষিতত বহু প্ৰজাতিৰ থলুৱা মাছ বিলুপ্ত হোৱাৰ পথত। জিলাখনৰ নৈ, বিল, খালৰ পৰা নাইকিয়া হৈ পৰিল নাৰ, বাত পাভ, কৰটী, এলেঙী, চেলকণা, দৰিকণা, চেঙেলী, খলিহনা, বলিয়ৰা, ভেছেলী, শিঙৰা, গেঠু, তোৰা, ঢোলবাই, চন্দা আদি মাছ।

থলুৱা মাছৰ বিলুপ্তি ঘটিবলৈ ধৰাত সম্প্রতি জিলাখনৰ বজাৰত প্রতি কেজি শিঙি-মাগুৰ মাছৰ মূল্য এহেজাৰ টকাৰ পৰা বাৰশ টকা, প্রতি কেজি কাৱৈ মাছৰ মূল্য ছশ টকাৰ পৰা আঠশ নশ টকা হৈছেগৈ। আনহাতে, প্রতি কেজি গৰৈ মাছৰ দামো ছশ- সাতশ টকা হৈছেগৈ। এনে অৱস্থাতো কেতিয়াবা আকৌ এই থলুৱা মাছবোৰ বজাৰত বিচাৰি পাবলৈ নোহোৱা অৱস্থাৰ সৃষ্টি হয়। জিলাখনৰ ব্যাপক জনবিস্ফোৰণ, নৈ, বিল, জলাশয়ৰ জল অঞ্চলৰ ভূমিত ব্যাপক বেদখল অব্যাহত আছে।

যাৰ ফলত জিলাখনৰ মীন ক্ষেত্ৰখনলৈ চৰম সংকট নামি আহিছে। থলুৱা প্ৰজাতিৰ মাছসমূহ বিলুপ্ত হৈ অহাৰ সময়তে এচাম দৃষ্ট প্রকৃতিৰ লোকে মীন বিভাগৰ নিষেধাজ্ঞা সত্ত্বেও এই থলুৱা মাছসমূহ ধৰি নিঃশেষ কৰিবলৈ ধৰিছে। তথাপি এইসকল লোকৰ বিৰুদ্ধে মীন বিভাগে কোনো বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। অদ্যাপি ৰাজ্যৰ বিয়াগোম মীন বিভাগটোবে থলুৱা মাছৰ সংৰক্ষণ কৰাত কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই।

নগাঁও জিলাত থলুৱা মাছ সংৰক্ষণৰ বহু সম্ভাৱনা থকাৰ পাছতো আজি পর্যন্ত বিভাগটোৱে কোনো কাৰ্য ব্যৱস্থা নোলোবাত মীন পালনৰ লগত জড়িত মীনপালকসকল বহু হতাশ হ’ব লগাত পৰিছে। সেয়ে জিলাখনৰ একাংশ মীনপালকে এতিয়া নিজাববীয়াকৈয়ে বেংকৰ পৰা লাখ টকা ঋণ লৈ থলুৱা মাছ সংৰক্ষণৰ দিহা কৰিবলৈ বাধ্য হৈছে। পূৰ্বতে ব’হাগৰ এই দিনসমূহত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গ্রামাঞ্চলৰ ঠায়ে ঠায়ে থলুৱা মাছৰ উজান উঠে যদিও এতিয়া সেয়া দুর্লভ দৃশ্য। এই সময়ত থলুৱা মাছৰ কণী পৰা ভৰকপ সময়। এই ভৰকপ সময়তে খাল, বিল, পুখুৰী, জলাশয়, পথাৰ, পিতনি, দলনি আদিত থলুৱা মাছবোৰে কণী পাৰিবলৈ উপযুক্ত ঠাই বিচাৰি লয়।

উল্লেখ যে, মীন বিভাগে থলুৱা প্ৰজাতিৰ মাছ সংৰক্ষণ কৰাৰ নামত কার্যলয়ত এখন মাত্র ফলক আঁৰি, বাতৰি কাকতত বিজ্ঞাপন প্রকাশ কৰি, একোখন সজাগতা সভা পাতিয়েই নিজৰ দায়িত্ব সামৰা দেখা গৈছে। উল্লেখ্য যে ৰাজ্যত সামগ্রিকভাবে মীন উৎপাদন বৃদ্ধি আৰু গুণগত মানৰ মীন পোনাৰ যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে অসম নীতি, ১৯৫৩ আৰু অসম মীন পোনা আইন, ২০০৫ বলবৎ হৈ আছে। মীন পোনা আইন, ২০০৫ৰ আধাৰত অসম মীন পোনা নীতি, ২০১০ ইতিমধ্যে গৃহীত হৈছে। অসম মীন নীতি, ১৯৫৩ সংশোধিত ২০০৫ মর্মে প্রাকৃতিক জলাশয়ত মাছৰ সংৰক্ষণ, বংশবৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে প্রজনন কালছোৱাৰ লগতে বছৰটোৰ বাবে মাছ ধৰা আৰু জাল আদি ব্যৱহাৰৰ ক্ষেত্রত কিছুমান বাধা-নিষেধ জাৰি কৰা হৈছে।

এইসমূহ থোৰতে এনে ধৰণৰ (ক) এক এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ সাত ছেঃমিঃ বাৰ/১৪ চেঃমিঃতকৈ ২.৭ ইঞ্চি বা ৫.৫ ইঞ্চি কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচিজাল বা আন যিকোনো জাল ঘোষিত মীন মহলত ব্যৱহাৰ কৰা নিষেধ। (খ) এক ছেঃমিঃ বাৰ/দুই চেঃমিঃতকৈ পাহিৰ আঁঠুৱা জাল গোটেই বছৰজুৰি মীন মহলত ব্যৱহাৰ কৰা নিষেধ। (গ) এক মে’ৰ পৰা ১৫ জুলাইলৈ মাছৰ প্ৰজনন ঋতুৰ সময়ত ৰৌ, বাহু, মিৰিকা, মালি, কলিয়াজাৰ, চিতল, পিঠিয়া, ঘৰিয়া আৰু কুঞ্জি প্রজাতিৰ কণী বা শুক্র থকা গাভিনী মাছ ঘোষিত মীন মহলত ধৰিব নোৱাৰিব। (ঘ) এক আগষ্টৰ ৩১ অক্টোবৰলৈ ৰৌ, বাহু, মিৰিকা, চিতল, পিঠিয়া, শিলঘৰিয়া মাছৰ ২৩ চেঃমিঃ ৯ ইঞ্চি দৈর্ঘ্যতকৈ তলৰ আৰু কলিয়াজাৰ, মালি, কুঞ্জি, ভাঙোন মাছৰ ১০ ছেঃমিঃ ৩.৯ ইঞ্চি দৈর্ঘ্যতকৈ সৰু মাছ খোৱা বা বিক্ৰীৰ বাবে ধৰিব বা মাৰিব নোৱাৰিব। (ঙ) এক মে’ৰ পৰা ১৫ জুলাইলৈ কোনো নদী, ডোবা, বিল বা মীন মহলত সাত বর্গ চেঃমিঃতকৈ ২.৭ বর্গ ইঞ্চি সৰু ফাঁকৰ অস্থাৱৰ বানা (বাঁহেৰে তৈয়াৰী মাছ ধৰা সঁজুলি) মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব আদি।

কিন্তু বাস্তৱ ক্ষেত্রত জিলাখনত এই মীন আইনৰ ধাৰাসমুহ ধোঁৱাচাঙত উঠাহে পৰিলক্ষিত হৈছে। কিয়নো নিষেধাজ্ঞাৰ সময়তো জিলাখনত সৰু সৰু আৰু গাভিনী মাছ অবাধে ধৰি থাকে। বজাৰসমূহতো তেনে মাছ অবাধে বিক্রী হৈ থাকে। আনকি এতিয়াও জিলাখনৰ সকলো ঠাইতে অবাধে কণীযুক্ত গাভিনী মাছ বিক্রী হৈ আছে। এয়া দেখিও চকুমুদা কুলিৰ ভাও ধৰি আছে নগাঁৱৰ মীন বিভাগে। এসময়ত থলুৱা প্রজাতিৰ মাছ উভৈনদী হৈ থকা জিলাখনত থলুৱা প্রজাতিৰ মাছ ক্রমান্বয়ে বিলুপ্তি হ’বলৈ ধৰাত নতুন প্ৰজন্মৰ বাবে এই মাছসমূহ অচিনাকি হৈ পৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBeing Sold in MarketsEgg-Laying FishFishery Dept.
publisher

publisher

Related Posts

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d