পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত ওদালগুৰিত আক্ৰাছুৰ প্ৰতিবাদ

WhatsApp Image 2020 09 21 at 12.56.46 PM

● ওদালগুৰিত আক্ৰাছুৰ প্ৰতিবাদ।
● তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ওদালগুৰি জিলা আক্ৰাছুৰ ।
● দিনৰ ১১ বজাৰ পৰা আৰম্ভ হৈছে এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট ।
● পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত প্ৰতিবাদ ।
● ওদালগুৰি বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত এই প্ৰতিবাদ সংগঠনটোৰ ।
● ‘বিজেপি চৰকাৰ মিছলীয়া’, ‘চন্দন ব্ৰহ্ম মুৰ্দাবাদ’, ‘বিজেপি চৰকাৰ হায় হায়’ শ্লোগান সংগঠনটোৰ ।
● প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰায় ডেৰ শতাধিক প্ৰতিবাদকাৰী ।
● দিনৰ ২ বজালৈ সংগঠনটোৱে প্ৰতিবাদত বহিব ।
● প্ৰতিবাদৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব জিলা আক্ৰাছুৱে ।

Exit mobile version