পুনৰ ভাৰত-চীনৰ আলোচনা আৰম্ভ

c911d44ba3305a7d7bac0111bc93be2a

◆ ভাৰত চীন সীমান্তত অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে সোমাবাৰৰ পৰা আৰম্ভ হৈছে আলোচনা।
◆ Commander পৰ্যায়ত আৰম্ভ হোৱা এই ষষ্ঠলানী বৈঠক চীনৰ Moldo ত হৈছে।
◆ প্ৰথমবাৰৰ বাবে এই বৈঠকত অংশগ্ৰহণ কৰিছে Ministry of External Affairsৰ বিষয়া যুটীয়া সচিব নৱীন শ্ৰীবাস্তৱে।

Exit mobile version