ধুবুৰীৰ গৌৰীপুৰ থানাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণ আৰু তদন্তকাৰী শাখাৰ অভিযান

WhatsApp Image 2020 09 23 at 10.51.57 PM

■ ধুবুৰীৰ গৌৰীপুৰ থানাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণ আৰু তদন্তকাৰী শাখাৰ অভিযান ।
■ অভিযানত গৌৰীপুৰ থানাৰ অ’চি সত্যজিৎ বৰঠাকুৰ আৰু নগৰৰ দ্বায়িত্বত থকা সহকাৰী উপ-পৰিদৰ্শক আবুল কালাম আজাদক গ্ৰেপ্তাৰ ।
■ একলাখ টকা উৎকোচ লৈ হাতে লোটে ধৰা পেলায় গ্ৰেপ্তাৰ কৰে দুয়োজনক ।
■ উদ্ধাৰ বহু বিষ্ফোৰক তথ্য।

Exit mobile version