গ’ল্ডেন গাৰ্লঃৰাফেল যুদ্ধ বিমানৰ প্ৰথম মহিলা পাইলট বাৰানসীৰ লেফটেনেণ্ট শিৱংগী সিং

23 09 2020 shivangi2 20785885 1512878

দেশৰ যুৱতীসকলৰ কাৰণে এক প্ৰেৰণা হৈ পৰিছে শিৱাংগী সিং ৷কাৰণ গ’ল্ডেন গাৰ্ল তথা লেফটেনেণ্ট শিৱাংগী সিঙ হ’ব ভাৰতীয় বায়ু সেনা বাহিনীৰ ৰাফেল যুদ্ধ বিমানৰ প্ৰথম মহিলা পাইলট।

আনহাতে শিৱাংগীয়ে এই সন্দৰ্ভত সম্প্ৰতি প্ৰশিক্ষণ লৈ আছে।শিৱাংগীয়ে ২০১৭ ৰ পৰা MiG 21 Bisons ৰ পাইলট হৈ আছে ৷

সৰুৰে পৰা বিমান চালক হোৱাৰ সপোন দেখা শিৱাংগীৰ কাৰণে এইয়া বৃহৎ প্ৰাপ্য।

Exit mobile version