বিশেষজ্ঞসকলৰ মতে দিল্লীত কৰ’নাৰ দ্বিতীয় পৰ্যায়(Second wav) আৰম্ভ হৈছেঃ অৰবিন্দ কেজৰিৱাল

123597 coronavirus 2

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰিছে যে ৰাজধানীখনত ক’ভিড-১৯ৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে ৷ কাৰণ দিল্লীত নতুনকৈ ৪০০০ জন কৰ’নাত আক্ৰান্ত হৈছে । আনহাতে ১৬ ছেপ্টেম্বৰত দিল্লীত কৰ’নাত আক্ৰান্তৰ মুঠ সংখ্যা হৈছে প্ৰায় ৪,৫০০ জন ৷

আনহাতে বিগত ২৪ ঘন্টাত ৰাজধানী দিল্লীত কৰ’নাত আক্ৰান্ত হৈছে ৩.৭০০ জন। ইফালে ১৫ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈকে দিল্লীত কৰ’নাত আক্ৰান্ত লোকসকলৰ তালিকা এনেধৰণৰঃ

Exit mobile version