- চলিত সংসদৰ অধিৱেশনত সংশোধনী ৰূপত গৃহীত হোৱা কৃষি বিধেয়ক বিৰোধিতাৰে বৃস্পতিবাৰে আপ অসমে মহানগৰীত এক মৌন সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ।
- গুৱাহাটী ক্লাবৰ পৰা আৰম্ভ হোৱা এই মৌন প্ৰতিবাদী সমদলৰ জৰিয়তে আপ অসমে এই সংশোধন প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে ।