Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

publisher by publisher
June 16, 2025
in News, India
Reading Time: 1 min read
0
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

Powercut:ডায়েলাইছিছৰ সময়ত চিকিৎসালয়ত বিদ্যুৎ বিচ্ছিন্ন। মেচিনত আবদ্ধ হৈ পৰিল ৰোগীৰ তেজ। দীৰ্ঘ সময়ৰ পাছতো ভাল নহ’ল যন্ত্ৰ। তাতেই মৃত্যু হ’ল ৰোগীৰ। উত্তৰ প্ৰদেশৰ এখন চিকিৎসালয়ৰ এই ঘটনাই কঁপাই তুলিছে সেই ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থা। উত্থাপন হৈছে প্ৰশ্ন ।

ADVERTISEMENT

চিকিৎসালয়ত বিদ্যুৎ বিচ্ছিন্ন হোৱাটো নতুন কথা নহয়। অৱশ্যে চিকিৎসালয়ত সাধাৰণতে জেনেৰেটৰ থাকে। বিদ্যুতৰ সমস্যাৰ ক্ষেত্ৰত জেনেৰেটৰ চলাই ৰোগীৰ প্ৰয়োজনীয়তা পূৰণ কৰা হয়। কিন্তু এই বিশেষ চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি জেনেৰেটৰটো অচল হৈ আছে বুলি অভিযোগ উঠিছে।

চিকিৎসালয়ৰ কৰ্মচাৰীয়ে জনোৱা মতে, জেনেৰেটৰত ইন্ধন নাই। যিটো কোম্পানীৰ পৰা এই ইন্ধন ক্ৰয় কৰা হয়, সেই কোম্পানীয়ে দীৰ্ঘদিন ধৰি চিকিৎসালয়খনলৈ ইন্ধন যোগান ধৰা নাই। সেই কাৰণেই এই মৃত্যু।

উত্তৰ প্ৰদেশৰ বিজনোৰ জিলা চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। ২৬ বছৰীয়া ছাৰফৰাজ আহমেদক বৃক্কৰ সমস্যাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।

তেওঁৰ লগত আছিল তেওঁৰ মাতৃ। বিজনুৰৰ ফুলছান্দা গাঁৱৰ বাসিন্দা। চিকিৎসালয়ত ডায়েলাইছিছ চলি আছিল ছাৰফৰাজৰ।

কিন্তু হঠাৎ তাৰ মাজতে চিকিৎসালয়খনৰ বিদ্যুৎ যোগান বন্ধ হৈ গ’ল। জেনেৰেটৰ চলাবলৈ চেষ্টা কৰা হৈছিল যদিও জেনেৰেটৰত ইন্ধন নথকাৰ বাবে সেয়া কৰিব পৰা নগ’ল।

যুৱকজনৰ মাতৃয়ে অভিযোগ কৰে যে চিকিৎসালয়ৰ বিদ্যুৎ বন্ধ হোৱাৰ পাছত যেতিয়া ডায়েলাইছিছ মেচিনটো বন্ধ কৰি দিয়া হৈছিল তেতিয়া পুত্ৰৰ বহু পৰিমাণৰ তেজ মেচিনটোৰ ভিতৰত আবদ্ধ হৈ পৰিছিল।

তাইৰ কথাত, “মোৰ ল’ৰাৰ আধা তেজ মেচিনত আবদ্ধ হৈ আছিল। মই সকলোৰে হাতে ভৰিয়ে ধৰিছিলো, কিন্তু কোনেও সহায় নকৰিলে। কিছুসময়ৰ পাছতে ল’ৰাটোৰ মৃত্যু হয়।”

যদিও বিশেষজ্ঞসকলে জনাইছে, ডায়েলাইছিছৰ সময় বেছি দীঘল হ’লে মেচিনৰ মাজেৰে ২০০ৰ পৰা ২৫০ মিলিলিটাৰ তেজ পাৰ হৈ যায়। কিন্তু মেচিনটোৱে কাম কৰা বন্ধ কৰি দিলে, যাৰ বাবে প্ৰক্ৰিয়াটো পিছুৱাই গ’ল। ইয়াৰ ফলত ৰোগীজনৰ অৱস্থা আৰু অধিক বেয়া হৈ পৰে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DialysisKidney treatmentPowercutUttar Pradesh
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d