কৃষি বিধেয়ক বাতিলৰ দাবীত তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ

WhatsApp Image 2020 09 25 at 2.48.39 PM

■ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক সদস্যই তিনিচুকীয়াৰ থানা চাৰিআলিত বিধেয়কখন বাতিলৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

■ বিধেয়কখন বাতিলৰ দাবীত ছাত্ৰ সংগঠনটোৰ সদস্যসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰাৰ লগতে কৃষি বিল আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিলৰ প্ৰতিলিপি দাহ কৰে ।

Exit mobile version