কেনে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ?

tarun gogoi 1

■ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ সন্দৰ্ভত এইমছৰ সঞ্চালক ৰনদীপ গুলেৰীয়াৰ স’তে প্ৰায় ১ ঘণ্টাৰ ভিডিঅ’ কণফাৰেন্স ।
■ ভিডিঅ’ কণফাৰেন্সত হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেডিকেল কলেজৰ টীম আৰু সাংসদ গৌৰৱ গগৈ উপস্থিত থাকে।
■ কে’বাটাও টেষ্ট কৰিবলৈ পৰামৰ্শ দিয়ে গুলেৰীয়াই ।
■ দুই এদিনতে এইমছৰ পৰা এজন faculty পঠিয়াব বুলি সদৰী কৰে গুলেৰীয়াই ।
■ আনহাতে, যোৱাকালিৰ তুলনাত স্বাস্থ্যৰ কিছু উন্নতি হৈছে বুলি সংবাদমেল যোগে সদৰী কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

Exit mobile version