গড়ৰ খড়্গ ব্যৱসায়ৰ লগত জড়িত কে’বাজনো অভিযুক্তক আটক 

IMG 20200925 124540
■ দুটা পৃথক ঘটনাৰ, গড়ৰ খড়্গ ব্যৱসায়ৰ লগত জড়িত  অভিযোগত অভিযুক্তক আটক কৰা হয়।
■ ২০১৬ত গড়ৰ খড়্গ ব্যৱসায়ৰ লগত জড়িত ৩ জন লোকক বৃহস্পতিবাৰে বোকাখাত আৰক্ষীয়ে আটক কৰে আৰু বনবিভাগক গতাই দিয়ে । আনহাতে, তেওঁলোকৰ বিৰুদ্ধে কেচ পঞ্জীয়ন কৰা হয়। লোককেইজন হ’ল ক্ৰমে তাৰজেন তেৰাং, ৰাজেন ৰংফেৰ আৰু মৃদুল পেগু।
■ গড়ৰ খড়্গ কাটি টুকুৰা কৰি কৰা ব্যৱসায়ৰ লগত জড়িত ৪ জন লোকক আজি পুৱা বন বিভাগৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হয়। লোককেইজন হ’ল ক্ৰমে ৰামেশ্বৰ শ্বিগনাৰ, ধনপুৰ কাৰডং, হৰিৰাম ইংতি আৰু বিমান তাৰো  ।
■ তদন্ত অব্যাহত ।
Exit mobile version